"উপলব্ধ নহয়"
"জটিল"
"নিম্ন"
"ভাল"
"ৰিম’ট আপডে’ট নিশ্চিত কৰক"
"আপডে’টৰ সময়ত কিছু সময়ৰ বাবে আপোনাৰ ৰিম’টৰ সংযোগ বিচ্ছিন্ন হ’ব পাৰে।"
"অব্যাহত ৰাখক"
"বাতিল কৰক"
"ৰিম’টৰ আপডে’ট"
"নতুন ছফ্টৱেৰ উপলব্ধ"
"আপডে’ট উপলব্ধ"
"ৰিম’টটো আপ টু ডে’ট হৈ আছে"
"ৰিম’ট আপডে’ট কৰিব পৰা নগ’ল"
"আমি আপোনাৰ ৰিম’ট আপডে’ট কৰোঁতে এটা সমস্যা পাইছোঁ। অনুগ্ৰহ কৰি পুনৰ চেষ্টা কৰক।"
"অনুগ্ৰহ কৰি অপেক্ষা কৰক"
"আপোনাৰ ৰিম’টটো পুনৰ পেয়াৰ কৰক"
"সক্ষম কৰা হ’ল"
"অক্ষম কৰা হ’ল"
"বেটাৰীৰ স্তৰ"
"%1$d%%"
"ফাৰ্মৱেৰ"
"ব্লুটুথৰ ঠিকনা"
"অনুগ্ৰহ কৰি বেটাৰীটো সলনি কৰক"
"বেটাৰীৰ চাৰ্জ কমিছে"
"সংযুক্ত ডিভাইচসমূহ"
"ৰিম’ট আৰু আনুষংগিক সামগ্ৰী"
"আপোনাৰ ৰিম’টটো আপডে’ট কৰক"
"ইনষ্টল কৰিবলৈ সাজু"
"আপডে’ট কৰক"
"অগ্ৰাহ্য কৰক"
"ৰিম’টৰ বেটাৰীৰ চাৰ্জ কম আছে"
"সোনকালে বেটাৰী সলনি কৰক"
"ৰিম’টৰ বেটাৰীৰ চাৰ্জ প্ৰায় শেষ হৈছে"
"সোনকালে বেটাৰী সলনি কৰক"
"ৰিম’টৰ বেটাৰীৰ চাৰ্জ শেষ হৈছে"
"ৰিম’টটো ব্যৱহাৰ কৰিবলৈ বেটাৰী সলনি কৰক"
"হয়"
"নহয়"
"%1$sৰ সৈতে সংযোগ বিচ্ছিন্ন কৰক"
"%1$sৰ সৈতে সংযোগ কৰক"
"%1$sক পাহৰি যাওক"
"আপোনাৰ সংযুক্ত ডিভাইচৰ নাম সলনি কৰক"
"HDMI-CEC"
"HDMI-CEC সক্ষম কৰক"
"আপোনাক HDMI-CECএ অইন HDMI-CEC সক্ষম ডিভাইচ নিয়ন্ত্ৰণ আৰু স্বয়ংক্ৰিয়ভাৱে এটা একক ৰিম’ট নিয়ন্ত্ৰকৰ জৰিয়তে অন/অফ কৰিবলৈ সুবিধা দিয়ে।\n\nটোকা: আপোনাৰ টিভি আৰু আন HDMI ডিভাইচসমূহত HDMI-CEC সক্ষম কৰি থোৱাটো নিশ্চিত কৰক। বেলেগ বেলেগ নিৰ্মাতাই সাধাৰণতে HDMI-CECৰ কাৰণে বেলেগে বেলেগ নাম ব্যৱহাৰ কৰে, উদাহৰণস্বৰূপে:"
"Samsung: Anynet+\nLG: SimpLink\nSony: BRAVIA Sync\nPhilips: EasyLink\nSharp: Aquos Link"
"ৰিম’টৰ বুটামসমূহ ছেট আপ কৰক"
"টিভি, ৰিচিভাৰ আৰু ছাউণ্ডবাৰত ভলিউম, পাৱাৰ আৰু ইনপুট নিয়ন্ত্ৰণ কৰক"
"মোৰ ৰিম’ট বিচাৰক"
"আপোনাৰ Google TV ৰিম’টটো হেৰুৱালে তাক বিচাৰিবলৈ কোনো ধ্বনি প্লে’ কৰক"
"আপোনাৰ ৰিম’টত ৩০ ছেকেণ্ডৰ বাবে কোনো ধ্বনি প্লে’ কৰিবলৈ আপোনাৰ Google TV ষ্ট্ৰীমাৰৰ পিছফালে থকা বুটামটোত টিপক। এইটোৱে কেৱল এটা Google TV ষ্ট্ৰীমাৰ ভইচ ৰিম’টতহে কাম কৰে।\n\nধ্বনিটো বন্ধ কৰিবলৈ, আপোনাৰ ৰিম’টটোৰ যিকোনো বুটামত টিপক।"
"ধ্বনি প্লে’ কৰক"
"বেটাৰীৰ স্তৰ: %1$s"
"আনুষংগিক সামগ্ৰী"
"ৰিম’ট কণ্ট্ৰ’ল"
"সংযুক্ত"
"আগতে সংযোগ কৰা"
"ৰিম’ট অথবা আনুষংগিক সামগ্ৰী পেয়াৰ কৰক"
"বিচ্ছিন্ন কৰক"
"সংযোগ কৰক"
"নতুন নাম দিয়ক"
"পাহৰি যাওক"
"টিভি অডিঅ’ৰ বাবে ব্যৱহাৰ কৰক"
"সংযোগ কৰা হ’ল"
"সংযোগ বিচ্ছিন্ন কৰা হ\'ল"
"ডিভাইচ নিয়ন্ত্ৰণ"
"নতুন ডিভাইচ সংযোগ কৰক"
"আপোনাৰ ব্লুটুথ ডিভাইচসমূহ সংযোগ কৰাৰ আগতে, সেইবোৰ পেয়াৰ কৰা ম’ডটোত থকাটো নিশ্চিত কৰক। %1$s সংযোগ কৰিবলৈ, ৩ ছেকেণ্ডৰ বাবে %2$s + %3$sক টিপি ধৰি ৰাখক।"
"এটা Android TVৰ ৰিম’ট"
"উপলব্ধ ডিভাইচ"
"ডিভাইচ বিচাৰি থকা হৈছে…"
"আসোঁৱাহ"
"সংযোগ কৰি থকা হৈছে…"
"সংযুক্ত আছে"
"বাতিল কৰা হৈছে"
"%1$s সংযোগ কৰিব পৰা নগ’ল"
"%1$s সংযোগ কৰা হ’ল"
"%1$sৰ সংযোগ বিচ্ছিন্ন কৰা হ’ল"