"নেটৱৰ্ক বিচাৰি স্কেন কৰিব পৰা নাই" "WEP" "WPA" "WPA2" "WPA/WPA2" "৮০২.১ গুণ" "WPA-EAP" "RSN-EAP" "WPA3" "WPA2/WPA3" "None/OWE" "OWE" "Suite-B-১৯২" "নাই" "WEP" "WPA-Personal" "WPA2-Personal" "WPA/WPA2-Personal" "WPA/WPA2/WPA3-Enterprise" "WPA-Enterprise" "WPA/WPA2-Enterprise" "WPA2/WPA3-Enterprise" "WPA3-Enterprise" "পাছপইণ্ট" "WPA3-Personal" "WPA2/WPA3-Personal" "None/Enhanced Open" "Enhanced Open" "WPA3-Enterprise ১৯২-বিট" "ছেভ কৰি থোৱা নেটৱৰ্কসমূহ" "সংযোগ বিচ্ছিন্ন" "নিষ্ক্ৰিয় হৈ আছে" "IP কনফিগাৰেশ্বন বিফল হৈছে" "সত্যাপন কৰাত সমস্যা হৈছে" "সংযোগ কৰিব নোৱাৰে" "\'%1$s\'ৰ সৈতে সংযোগ কৰিব পৰা নাই" "পাছৱৰ্ড পৰীক্ষা কৰি আকৌ চেষ্টা কৰক" "পৰিসৰৰ ভিতৰত নাই" "স্বয়ংক্ৰিয়ভাৱে সংযোগ নহ’ব" "ইণ্টাৰনেট সংযোগ নাই" "%1$sএ ছেভ কৰিছে" "%1$s মাধ্যমেদি স্বয়ংক্ৰিয়ভাৱে সংযোগ কৰা হৈছে" "নেটৱৰ্ক ৰেটিং প্ৰদানকাৰীৰ জৰিয়তে স্বয়ং সংয়োগ কৰা হ’ল" "%1$sৰ জৰিয়তে সংযুক্ত" "ছাইন আপ কৰিবলৈ টিপক" "ইণ্টাৰনেট সংযোগ নাই" "ব্যক্তিগত DNS ছাৰ্ভাৰ এক্সেছ কৰিব নোৱাৰি" "ইণ্টাৰনেট সংযোগ সীমিত" "ইণ্টাৰনেট সংযোগ নাই" "ছাইন ইন কৰা দৰকাৰী" "এক্সেছ পইণ্ট সাময়িকভাৱে পূৰ্ণ হৈ আছে" "%1$s খুলি থকা হৈছে" "সংযোগ কৰিব পৰা নগ’ল" "ছাইন আপ সম্পূৰ্ণ কৰি থকা হৈছে…" "ছাইন আপ সম্পূৰ্ণ কৰিব পৰা নগ’ল। আকৌ চেষ্টা কৰিবলৈ টিপক।" "ছাইন আপ সম্পূৰ্ণ হৈছে সংযোগ কৰি থকা হৈছে…" "লেহেমীয়া" "ঠিক" "দ্ৰুত" "অতি দ্ৰুত" "ম্যাদ উকলিছে" "%1$s / %2$s" "সংযোগ বিচ্ছিন্ন কৰা হ’ল" "সংযোগ বিচ্ছিন্ন কৰি থকা হৈছে…" "সংযোগ কৰি থকা হৈছে…" "%1$s সংযোগ কৰা হ’ল" "পেয়াৰ কৰি থকা হৈছে…" "সংযোগ কৰা হ’ল (ফ\'ন নাই)%1$s" "সংযোগ কৰা হ’ল (মিডিয়া নাই)%1$s" "সংযোগ কৰা হ’ল (কোনো ফ\'ন বা মিডিয়া নাই)%1$s" "সংযোগ কৰা হ’ল, বেটাৰীৰ স্তৰ %1$s%2$s" "সংযোগ কৰা হ’ল (ফ\'ন নাই), বেটাৰীৰ স্তৰ %1$s%2$s" "সংযোগ কৰা হ’ল (মিডিয়া নাই), বেটাৰীৰ স্তৰ %1$s%2$s" "সংযোগ কৰা হ’ল (কোনো ফ\'ন বা মিডিয়া নাই), বেটাৰীৰ স্তৰ %1$s%2$s" "সক্ৰিয় হৈ আছে। %1$s বেটাৰী।" "সক্ৰিয় হৈ আছে। বাওঁ: %1$s, সোঁ: %2$s বেটাৰী।" "সক্ৰিয় হৈ আছে। বাওঁ: %1$s বেটাৰী।" "সক্ৰিয় হৈ আছে। সোঁ: %1$s বেটাৰী।" "%1$s বেটাৰী" "বেটাৰী %1$s" "বাওঁ: %1$s, সোঁ: %2$s বেটাৰী।" "বাকী আছে: %1$s বেটাৰী" "সোঁ: %1$s বেটাৰী" "বাওঁফালে %1$s" "সোঁফালে %1$s" "সক্ৰিয়" "ছেভ কৰা হৈছে" "সক্ৰিয় হৈ আছে (কেৱল বাওঁফালৰটো)" "সক্ৰিয় হৈ আছে (কেৱল সোঁফালৰটো)" "সক্ৰিয় হৈ আছে (বাওঁফালৰটো আৰু সোঁফালৰটো)" "সক্ৰিয় হৈ আছে (কেৱল মিডিয়া)। %1$s বেটাৰী।" "সক্ৰিয় হৈ আছে (কেৱল মিডিয়া)। বাওঁ: %1$s, সোঁ: %2$s বেটাৰী।" "সংযুক্ত হৈ আছে (অডিঅ’ শ্বেয়াৰিং সমৰ্থন কৰে), %1$s বেটাৰী।" "সংযুক্ত হৈ আছে (অডিঅ’ শ্বেয়াৰিং সমৰ্থন কৰে), বাওঁ: %1$s, সোঁ: %2$s বেটাৰী" "সংযুক্ত হৈ আছে (অডিঅ’ শ্বেয়াৰিং সমৰ্থন কৰে)। বাকী আছে: %1$s বেটাৰী।" "সংযুক্ত হৈ আছে (অডিঅ’ শ্বেয়াৰিং সমৰ্থন কৰে)। সোঁ: %1$s বেটাৰী।" "সংযুক্ত হৈ আছে (অডিঅ’ শ্বেয়াৰিং সমৰ্থন কৰে)" "সক্ৰিয় হৈ আছে (কেৱল মিডিয়া)" "অডিঅ’ শ্বেয়াৰিং সমৰ্থন কৰে" "সক্ৰিয় হৈ আছে (কেৱল মিডিয়া), কেৱল বাওঁ" "সক্ৰিয় হৈ আছে (কেৱল মিডিয়া), কেৱল সোঁ" "সক্ৰিয় হৈ আছে (কেৱল মিডিয়া), বাওঁ আৰু সোঁ" "মিডিয়াৰ অডিঅ’" "ফ\'ন কলসমূহ" "ফাইল স্থানান্তৰণ" "ইনপুট ডিভাইচ" "ইণ্টাৰনেট সংযোগ" "আপোনাৰ সম্পৰ্কসূচী আৰু কলৰ ইতিহাস এক্সেছ কৰিবলৈ অনুমতি দিয়ক" "এই তথ্য কলৰ ঘোষণা আৰু অধিক কাৰ্যৰ বাবে ব্যৱহাৰ কৰা হ’ব" "ইণ্টাৰনেট সংযোগ শ্বেয়াৰ" "পাঠ বাৰ্তা" "ছিমৰ এক্সেছ" "HD অডি\'অ: %1$s" "HD অডিঅ’" "শ্ৰৱণ যন্ত্ৰ" "LE অডিঅ’" "শ্ৰৱণ যন্ত্ৰৰ সৈতে সংযোগ কৰা হৈছে" "LE অডিঅ’ৰ সৈতে সংযোগ কৰক" "মিডিয়া অডিঅ’লৈ সংযোগ হৈছে" "ফ’ন অডিঅ\'ৰ লগত সংযোগ কৰা হ’ল" "ফাইল ট্ৰান্সফাৰ ছাৰ্ভাৰৰ সৈতে সংযোজিত হৈ আছে" "মেপৰ সৈতে সংযোগ কৰক" "SAPৰ সৈতে সংযোজিত হৈ আছে" "ফাইল স্থানান্তৰণ ছাৰ্ভাৰৰ সৈতে সংযোজিত হৈ থকা নাই" "ইনপুট ডিভাইচৰ সৈতে সংযোজিত হৈ আছে" "ইণ্টাৰনেটৰ বাবে ডিভাইচৰ সৈতে সংযোজিত" "ডিভাইচৰ সৈতে স্থানীয় ইণ্টাৰনেট সংযোগ শ্বেয়াৰ কৰা হৈছে" "ইণ্টাৰনেট চলাবলৈ ব্যৱহাৰ কৰক" "মেপৰ বাবে ব্যৱহাৰ কৰক" "ছিমৰ এক্সেছৰ বাবে ব্যৱহাৰ কৰক" "মিডিয়া অডিঅ\'ৰ বাবে ব্যৱহাৰ কৰক" "ফ\'ন অডিঅ\'ৰ বাবে ব্যৱহাৰ কৰক" "ফাইল স্থানান্তৰ কৰিবলৈ ব্যৱহাৰ কৰক" "ইনপুটৰ বাবে ব্যৱহাৰ কৰক" "শ্ৰৱণ যন্ত্ৰৰ বাবে ব্যৱহাৰ কৰক" "LE_AUDIOৰ বাবে ব্যৱহাৰ কৰক" "পেয়াৰ কৰক" "পেয়াৰ কৰক" "বাতিল কৰক" "পেয়াৰিঙে সংযোজিত হ\'লে আপোনাৰ সম্পৰ্ক আৰু কলৰ ইতিহাসৰ এক্সেছ প্ৰদান কৰে।" "%1$sৰ সৈতে পেয়াৰ কৰিব পৰা নগ’ল।" "এটা ভুল পিন বা পাছকীৰ কাৰণে %1$sৰ সৈতে পেয়াৰ কৰিব পৰা নাই।" "%1$sৰ সৈতে যোগাযোগ কৰিব পৰা নগ\'ল" "%1$sএ যোৰা লগাব বিচৰা নাই" "কম্পিউটাৰ" "হেডছেট" "ফ\'ন" "ইমেজিং" "হেডফ\'ন" "ইনপুট সম্পৰ্কীয় বাহ্য় ডিভাইচ" "শ্ৰৱণ যন্ত্ৰ" "ব্লুটুথ" "ৱাই-ফাই অফ হৈ আছে।" "ৱাইফাই সংযোগ বিচ্ছিন্ন হৈ আছে।" "ৱাই-ফাই এদাল দণ্ড।" "ৱাই-ফাইৰ দুডাল দণ্ড।" "ৱাই-ফাইৰ তিনিডাল দণ্ড।" "ৱাই-ফাই সংকেত সৰ্বোচ্চ।" "আপোনাৰ ডিভাইচটোৰ সৈতে সংযোগ কৰা আছে।" "মুক্ত নেটৱৰ্ক" "সুৰক্ষিত নেটৱৰ্ক" "Android OS" "আঁতৰোৱা এপ্‌সমূহ" "আঁতৰোৱা এপ্‌ আৰু ব্যৱহাৰকাৰীসমূহ" "ছিষ্টেম আপডে’ট" "ইউএছবি টেডাৰিং" "প\'ৰ্টেবল হটস্পট" "ব্লুটুথ টেডাৰিং" "টেডাৰ কৰি থকা হৈছে" "টেডাৰিং আৰু প\'ৰ্টেবল হটস্পট" "কৰ্মস্থানৰ আটাইবোৰ এপ" "অজ্ঞাত" "ব্যৱহাৰকাৰী: %1$s" "কিছুমান ডিফ\'ল্ট ছেট কৰা হৈছে" "কোনো ডিফ\'ল্ট ছেট কৰা হোৱা নাই" "পাঠৰ পৰা কথনৰ ছেটিং" "পাঠৰ পৰা কথনৰ আউটপুট" "কথা কোৱাৰ হাৰ" "পাঠ কথনৰ বেগ" "পিচ্চ" "সংশ্লেষিত কথনৰ সুৰক প্ৰভাৱিত কৰে" "ভাষা" "ছিষ্টেমৰ ভাষা ব্যৱহাৰ কৰক" "ভাষা বাছনি কৰা হোৱা নাই" "কথিত পাঠৰ বাবে ভাষা-নিৰ্দিষ্ট কণ্ঠস্বৰ ছেট কৰে" "এটা উদাহৰণ মাতি শুনোৱা শুনক" "কণ্ঠস্বৰ সংশ্লেষণৰ এটা চুটি উদাহৰণ দেখুৱাওক" "ভইচ ডেটা ইনষ্টল কৰক" "কণ্ঠস্বৰ সংশ্লেষণৰ বাবে দৰকাৰী ভইচ ডেটা ইনষ্টল কৰক" "এই কণ্ঠধ্বনি সংশ্লেষক ইঞ্জিনটোৱে কথিত ব্যক্তিগত ডেটা যেনে পাছৱৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ নম্বৰ আদিকে ধৰি আটাইবোৰ পাঠ সংগ্ৰহ কৰবলৈ সক্ষম হ\'ব পাৰে। ই %s ইঞ্জিনটোৰ লগত আহিছে। এই কণ্ঠধ্বনি সংশ্লেষক ইঞ্জিনটো সক্ষম কৰিবনে?" "পাঠৰ পৰা কথন আউটপুটৰ বাবে এই ভাষাটোক এক কৰ্মক্ষম নেটৱৰ্ক সংযোগৰ দৰকাৰ।" "কথনভংগী সংশ্লেষণৰ ই এটা উদাহৰণ" "ভাষাৰ ডিফ\'ল্ট স্থিতি" "%1$s সম্পূৰ্ণৰূপে সমৰ্থিত" "%1$sক নেটৱৰ্ক সংযোগৰ দৰকাৰ" "%1$s সমৰ্থিত নহয়" "পৰীক্ষা কৰি থকা হৈছে…" "%sৰ ছেটিং" "ইঞ্জিনৰ ছেটিং লঞ্চ কৰক" "অগ্ৰাধিকাৰপ্ৰাপ্ত ইঞ্জিন" "সাধাৰণ" "কথনভংগী তীব্ৰতা ৰিছেট কৰক" "পাঠ উচ্চাৰণৰ স্বৰ-তীব্ৰতা ৰিছেট কৰক যিটো ডিফ\'ল্ট হিচাপে ব্যৱহাৰ কৰা হ\'ব।" "৬০%" "৮০%" "১০০%" "১৫০%" "২০০%" "২৫০%" "৩০০%" "৩৫০%" "৪০০%" "প্ৰ’ফাইল বাছনি কৰক" "ব্যক্তিগত" "কৰ্মস্থান-সম্পৰ্কীয়" "প্ৰাইভেট" "ক্ল’ন" "বিকাশকৰ্তাৰ বিকল্পসমূহ" "বিকাশকৰ্তা বিষয়ক বিকল্পসমূহ সক্ষম কৰক" "এপৰ বিকাশৰ বাবে বিকল্পসমূহ ছেট কৰক" "এইজন ব্যৱহাৰকাৰীৰ বাবে বিকাশকৰ্তাৰ বিকল্পসমূহ উপলব্ধ নহয়" "ভিপিএন ছেটিং এই ব্যৱহাৰকাৰীজনৰ বাবে উপলব্ধ নহয়" "এই ব্যৱহাৰকাৰীৰ বাবে টেডাৰিং ছেটিং উপলব্ধ নহয়" "এই ব্যৱহাৰকাৰীৰ বাবে এক্সেছ পইণ্টৰ নামৰ ছেটিং উপলব্ধ নহয়" "ইউএছবি ডিবাগিং" "ইউএছবি সংযোগ হৈ থকাৰ অৱস্থাত ডিবাগ ম\'ড" "ইউএছবি ডিবাগিং অনুমতিসমূহ প্ৰত্যাহাৰ কৰক" "ৱায়াৰলেচ ডি\'বাগিং" "ৱাই-ফাই সংযোজিত হৈ থকা সময়ত ডিবাগ ম’ড" "আসোঁৱাহ" "ৱায়াৰলেচ ডি\'বাগিং" "উপলব্ধ ডিভাইচসমূহ চাবলৈ আৰু ব্যৱহাৰ কৰিবলৈ, ৱায়াৰলেচ ডি\'বাগিং অন কৰক" "কিউআৰ ক’ডৰ জৰিয়তে ডিভাইচ পেয়াৰ কৰক" "কিউআৰ ক’ড স্কেনাৰ ব্যৱহাৰ কৰি নতুন ডিভাইচসমূহ পেয়াৰ কৰক" "পেয়াৰ কৰা ক’ডৰ জৰিয়তে ডিভাইচ পেয়াৰ কৰক" "ছটা অংকৰ ক’ড ব্যৱহাৰ কৰি নতুন ডিভাইচসমূহ পেয়াৰ কৰক" "পেয়াৰ কৰি থোৱা ডিভাইচসমূহ" "সম্প্ৰতি সংযোজিত হৈ আছে" "ডিভাইচটোৰ সবিশেষ" "পাহৰক" "ডিভাইচৰ ফিংগাৰপ্ৰিণ্ট: %1$s" "সংযোগ কৰিব পৰা নগ’ল" "%1$sটো শুদ্ধ নেটৱৰ্কৰ সৈতে সংযোগ কৰাটো নিশ্চিত কৰক" "ডিভাইচৰ সৈতে পেয়াৰ কৰক" "ৱাই-ফাইৰ পেয়াৰ কৰা ক’ড" "পেয়াৰ কৰিব পৰা নগ’ল" "ডিভাইচটো একেটা নেটৱৰ্কৰ সৈতে সংযোগ কৰাটো নিশ্চিত কৰক।" "এটা কিউআৰ ক’ড স্কেন কৰি ৱাই-ফাইৰে ডিভাইচ পেয়াৰ কৰক" "ডিভাইচ পেয়াৰ কৰি থকা হৈছে…" "ডিভাইচটো পেয়াৰ কৰিব পৰা নগ’ল। কিউআৰ ক’ডটো ভুল অথবা ডিভাইচটো একেটা নেটৱৰ্কৰ সৈতে সংযোগ কৰা হোৱা নাই।" "আইপি ঠিকনা & প’ৰ্ট" "কিউআৰ ক’ড স্কেন কৰক" "এটা কিউআৰ ক’ড স্কেন কৰি ৱাই-ফাইৰে ডিভাইচ পেয়াৰ কৰক" "অনুগ্ৰহ কৰি এটা ৱাই-ফাই নেটৱর্কলৈ সংযোগ কৰক" "adb, ডিবাগ, dev" "বাগ ৰিপৰ্টৰ শ্ৱৰ্টকাট" "পাৱাৰ মেনুত বাগ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ এটা বুটাম দেখুৱাওক" "জাগ্ৰত কৰি ৰাখক" "চাৰ্জ হৈ থকাৰ সময়ত স্ক্ৰীন কেতিয়াও সুপ্ত অৱস্থালৈ নাযায়" "ব্লুটুথ HCI স্নুপ ল’গ সক্ষম কৰক" "ব্লুটুথ পেকেট সংগ্ৰহ কৰক। (এই ছেটিংটো সলনি কৰাৰ পাছত ব্লুটুথ ট’গল কৰক)" "ঔইএম আনলক" "বুটল\'ডাৰটো আনলক কৰিবলৈ অনুমতি দিয়ক" "ঔইএম আনলক কৰাৰ অনুমতি দিবনে?" "সাৱধান: এই ছেটিংটো সক্ষম কৰি থাকোতে ডিভাইচৰ সুৰক্ষা সুবিধাসমূহে কাম নকৰিব।" "নকল অৱস্থানৰ এপ্ বাছনি কৰক" "কোনো নকল অৱস্থান এপ্ নিৰ্ধাৰণ কৰা হোৱা নাই" "নকল অৱস্থানৰ এপ্: %1$s" "নেটৱৰ্কিং" "বেতাঁৰ ডিছপ্লে’ প্ৰমাণীকৰণ" "ৱাই-ফাই ভাৰ্ব\'ছ লগিং সক্ষম কৰক" "ৱাই-ফাই স্কেনৰ নিয়ন্ত্ৰণ" "অবিৰত ৱাই-ফাই সংযোগ নথকা MACৰ যাদৃচ্ছিকীকৰণ" "ম’বাইল ডেটা সদা-সক্ৰিয়" "টেডাৰিং হাৰ্ডৱেৰ ত্বৰণ" "নামবিহীন ব্লুটুথ ডিভাইচসমূহ দেখুৱাওক" "পূৰ্ণ মাত্ৰাৰ ভলিউম অক্ষম কৰক" "Gabeldorsche সক্ষম কৰক" "ব্লুটুথ AVRCP সংস্কৰণ" "ব্লুটুথ AVRCP সংস্কৰণ বাছনি কৰক" "ব্লুটুথ MAP সংস্কৰণ" "ব্লুটুথ MAP সংস্কৰণ বাছনি কৰক" "ব্লুটুথ অডিঅ’ ক’ডেক" "ব্লুটুথ অডিঅ\' ক\'ডেকৰ বাছনি\nআৰম্ভ কৰক" "ব্লুটুথ অডিঅ\' ছেম্পল ৰেইট" "ব্লুটুথ অডিঅ\' LDAC বাছনি\nআৰম্ভ কৰক: নমুনাৰ হাৰ" "ধোঁৱাবৰণীয়া হৈ থকা মানে এয়া ফ’ন অথবা হেডছেটটোৱে সমৰ্থন নকৰে" "প্ৰতি ছেম্পলত ব্লুটুথ অডিঅ\' বিটসমূহ" "ব্লুটুথ অডিঅ\' ক\'ডেকৰ বাছনি\nআৰম্ভ কৰক: প্ৰতি নমুনা ইমান বিট" "ব্লুটুথ অডিঅ\' চেনেল ম\'ড" "ব্লুটুথ অডিঅ\' ক\'ডেকৰ বাছনি\nআৰম্ভ কৰক: চেনেল ম\'ড" "ব্লুটুথ অডিঅ’ LDAC ক’ডেক: পৰিৱেশনৰ মান" "ব্লুটুথ অডিঅ\' LDAC\nক\'ডেক বাছনি আৰম্ভ কৰক: প্লেবেকৰ গুণগত মান" "ষ্ট্ৰীম কৰি থকা হৈছে: %1$s" "ব্যক্তিগত DNS" "ব্যক্তিগত ডিএনএছ ম\'ড বাছনি কৰক" "অফ" "স্বয়ংক্ৰিয়" "ব্যক্তিগত ডিএনএছ প্ৰদানকাৰীৰ হোষ্টনাম" "ডিএনএছ সেৱা যোগানকাৰীৰ হ\'ষ্টনাম দিয়ক" "সংযোগ কৰিব পৰা নগ\'ল" "বেতাঁৰ ডিছপ্লে’ প্ৰমাণপত্ৰৰ বাবে বিকল্পসমূহ দেখুৱাওক" "ৱাই-ফাই লগিঙৰ মাত্ৰা বঢ়াওক, Wi‑Fi পিকাৰত প্ৰতি SSID RSSI দেখুৱাওক" "বেটাৰীৰ খৰচ কমায় আৰু নেটৱৰ্কৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে" "এই ম’ডটো সক্ষম হৈ থাকিলে, এই ডিভাইচটোৱে MAC যাদৃচ্ছিকীকৰণ সক্ষম কৰি থোৱা কোনো নেটৱৰ্কত প্ৰতিবাৰ সংযোগ হোৱাৰ সময়ত ইয়াৰ MAC ঠিকনাটো হয়তো সলনি হ’ব।" "নিৰিখ-নিৰ্দিষ্ট" "নিৰিখ অনিৰ্দিষ্ট" "লগাৰৰ বাফাৰৰ আকাৰ" "প্ৰতিটো লগ বাফাৰত ল\'গাৰৰ আকাৰ বাছনি কৰক" "লগাৰৰ স্থায়ী ষ্ট’ৰেজৰ বস্তুবোৰ মচিবনে?" "পাৰ্ছিছটেণ্ট লগাৰ ব্যৱহাৰ কৰ নিৰীক্ষণ নকৰাৰ সময়ত, আমি আপোনাৰ ডিভাইচত থকা লগাৰ ডেটা নিৱাসীক মচা দৰকাৰ।" "ডিভাইচটোত লগাৰৰ ডেটা নিৰবচ্ছিন্নভাৱে ষ্ট’ৰ কৰক" "ডিভাইচত স্থায়ীভাৱে ষ্ট’ৰ কৰিবলৈ লগ বাফাৰবোৰ বাছনি কৰক" "ইউএছবি কনফিগাৰেশ্বন বাছনি কৰক" "ইউএছবি কনফিগাৰেশ্বন বাছনি কৰক" "নকল অৱস্থানৰ অনুমতি দিয়ক" "নকল অৱস্থানৰ অনুমতি দিয়ক" "দৃশ্যৰ গুণাগুণ নিৰীক্ষণ সক্ষম কৰক" "ৱাই-ফাই থকা সময়তো সদায় ম’বাইল ডেটা সক্ৰিয় ৰাখক (খৰতকীয়াকৈ নেটৱৰ্ক সলনি কৰিবৰ বাবে)।" "যদিহে উপলব্ধ হয় তেন্তে টেডাৰিং হাৰ্ডৱেৰ ত্বৰণ ব্যৱহাৰ কৰক" "ইউএছবি ডিবাগিঙৰ অনুমতি দিয়েনে?" "ইউএছবি ডিবাগ কৰা কাৰ্য কেৱল বিকাশৰ উদ্দেশ্যৰেহে কৰা হৈছে৷ আপোনাৰ কম্পিউটাৰ আৰু আপোনাৰ ডিভাইচৰ মাজত ডেটা প্ৰতিলিপি কৰিবলৈ এইটো ব্যৱহাৰ কৰক, কোনো জাননী নিদিয়াকৈয়ে আপোনাৰ ডিভাইচত এপ্‌সমূহ ইনষ্টল কৰক আৰু লগ ডেটা পঢ়ক৷" "ৱায়াৰলেচ ডি\'বাগিংৰ অনুমতি দিবনে?" "ৱায়াৰলেচ ডি\'বাগিং কেৱল বিকাশৰ উদ্দেশ্যেৰে কৰা হয়। আপোনাৰ কম্পিউটাৰ আৰু আপোনাৰ ডিভাইচৰ মাজত ডেটা প্ৰতিলিপি কৰিবলৈ, কোনো জাননী নিদিয়াকৈয়ে আপোনাৰ ডিভাইচত এপ্‌সমূহ ইনষ্টল কৰিবলৈ আৰু লগ ডেটা পঢ়িবলৈ এইটো ব্যৱহাৰ কৰক।" "আপুনি আগতে ইউএছবি ডিবাগিঙৰ বাবে এক্সেছৰ অনুমতি দিয়া আটাইবোৰ কম্পিউটাৰৰ পৰা সেই অনুমতি প্ৰত্যাহাৰ কৰিবনে?" "বিকাশৰ কামৰ বাবে থকা ছেটিঙৰ অনুমতি দিবনে?" "এই ছেটিংসমূহ বিকাশৰ কামত ব্যৱহাৰ কৰিবলৈ তৈয়াৰ কৰা হৈছে। সেইবিলাকে আপোনাৰ ডিভাইচ আৰু তাত থকা এপ্লিকেশ্বনসমূহক অকামিলা কৰি পেলাব পাৰে আৰু সেইবিলাকৰ কাৰণে এপ্লিকেশ্বনসমূহে অদ্ভুত আচৰণ কৰিব পাৰে।" "ইউএছবিৰ যোগেৰে এপৰ সত্যাপন কৰক" "ADB/ADTৰ যোগেৰে ইনষ্টল কৰা এপসমূহে কিবা ক্ষতিকাৰক আচৰণ কৰিছে নেকি পৰীক্ষা কৰক।" "নামহীন ব্লুটুথ ডিভাইচসমূহ (মাত্ৰ MAC ঠিকনাযুক্ত) দেখুওৱা হ\'ব" "ৰিম\'ট ডিভাইচবিলাকৰ সৈতে ভলিউম সম্পৰ্কীয় সমস্যা, যেনেকৈ অতি উচ্চ ভলিউম বা নিয়ন্ত্ৰণ কৰিবই নোৱাৰা অৱস্থাত ব্লুটুথৰ পূৰ্ণ ভলিউম সুবিধা অক্ষম কৰে।" "ব্লুটুথ Gabeldorche সুবিধাৰ সমষ্টিটো সক্ষম কৰে।" "উন্নত সংযোগ সুবিধাটো সক্ষম কৰে।" "স্থানীয় টাৰ্মিনেল" "স্থানীয় শ্বেলৰ এক্সেছ দিয়া টাৰ্মিনেল এপ্ সক্ষম কৰক" "HDCP পৰীক্ষণ" "HDCP পৰীক্ষণ আচৰণ ছেট কৰক" "ডিবাগিং" "ডিবাগ এপ্ বাছনি কৰক" "কোনো ডিবাগ এপ্লিকেশ্বন ছেট কৰা হোৱা নাই" "ডিবাগিং এপ্লিকেশ্বন: %1$s" "এপ্লিকেশ্বন বাছনি কৰক" "একোৱেই নাই" "ডিবাগাৰৰ বাবে অপেক্ষা কৰক" "ডিবাগ কৰা এপ্লিকেশ্বনবোৰে কাৰ্য ৰূপায়ণ কৰাৰ আগতে ডিবাগাৰ সংলগ্ন হোৱা কাৰ্যলৈ অপেক্ষা কৰে" "ইনপুট" "অংকন" "হাৰ্ডৱেৰৰদ্বাৰা ত্বৰিত ৰেণ্ডাৰিং" "মিডিয়া" "নিৰীক্ষণ কৰি থকা হৈছে" "কঠোৰ ম’ড সক্ষম কৰা হৈছে" "যেতিয়া এপ্‌সমূহে মুখ্য থ্ৰেডত দীঘলীয়া কাৰ্যকলাপ চলায়, তেতিয়া স্ক্ৰীন ফ্লাশ্ব কৰক" "পইণ্টাৰৰ অৱস্থান" "চলিত স্পৰ্শ-বিষয়ক তথ্যসহ স্ক্ৰীন অভাৰলে’" "টেপসমূহ দেখুৱাওক" "টিপিলে দৃশ্যায়িত ফীডবেক দিয়ক" "কী টিপা দেখুৱাওক" "ভৌতিক কী টিপাৰ ভিজুৱেল প্ৰতিক্ৰিয়া দেখুৱাওক" "পৃষ্ঠভাগৰ আপডে’ট দেখুৱাওক" "আপডে’ট হওতে গোটেই ৱিণ্ড পৃষ্ঠসমূহ ফ্লাশ্ব কৰক" "ভিউৰ আপডে’ট দেখুৱাওক" "অঁকাৰ সময়ত ৱিণ্ড\'ৰ ভিতৰত ফ্লাশ্ব দৰ্শন" "হাৰ্ডৱেৰৰ স্তৰৰ আপডে\'ট দেখুৱাওক" "হাৰ্ডৱেৰ লেয়াৰ আপডে’ট হওতে সিঁহতক সেউজীয়া ৰঙেৰে ফ্লাশ্ব কৰক" "GPU অভাৰড্ৰ ডিবাগ কৰক" "HW অ’ভাৰলে অক্ষম কৰক" "স্ক্ৰীন কম্প’জিট কৰাৰ বাবে সদায় জিপিইউ ব্যৱহাৰ কৰক" "ৰঙৰ ঠাই ছিমিউলেইট কৰক" "OpenGL ট্ৰেছ সক্ষম কৰক" "ইউএছবি অডিঅ\' ৰাউটিং অক্ষম কৰক" "স্বয়ংক্ৰিয়ভাৱে ইউএছবি ধ্বনিৰ আনুষংগিক আহিলাবিলাকলৈ ৰাউটিং কৰাটো অক্ষম কৰক" "লেআউটৰ সময় দেখুৱাওক" "ক্লিপ বাউণ্ড, মাৰ্জিন আদিসমূহ দেখুৱাওক" "সজ্জাৰ দিশ সোঁফালৰ পৰা বাওঁফাললৈ কৰক" "আটাইবোৰ ভাষাৰ বাবে স্ক্ৰীনৰ চানেকিৰ দিশ RTLলৈ বলেৰে সলনি কৰক" "স্বচ্ছ নেভিগেশ্বন বাৰ" "ডিফ’ল্ট হিচাপে নেভিগেশ্বন বাৰ পটভূমিৰ ৰং স্বচ্ছ কৰক" "ৱিণ্ড’ স্তৰত অস্পষ্ট কৰাৰ অনুমতি দিয়ক" "বল ৪গুণ MSAA" "OpenGL ES 2.0 এপত ৪গুণ MSAA সক্ষম কৰক" "আয়তাকৃতিৰ নোহোৱা ক্লিপ প্ৰক্ৰিয়াসমূহ ডিবাগ কৰক" "প্ৰ\'ফাইল HWUI ৰেণ্ডাৰিং" "জিপিইউ ডিবাগ স্তৰবোৰ সক্ষম কৰক" "ডিবাগ এপসমূহৰ বাবে জিপিইউ ডিবাগ তৰপ ল\'ড কৰিবলৈ অনুমতি দিয়ক" "বিক্ৰেতাৰ ভাৰ্ব’ছ লগিং সক্ষম কৰক" "বাগ ৰিপ’ৰ্টসমূহত অতিৰিক্ত ডিভাইচ নিৰ্দিষ্ট বিক্ৰেতাৰ লগসমূহ অন্তৰ্ভুক্ত কৰক, য’ত ব্যক্তিগত তথ্য থাকিব পাৰে, যি অধিক বেটাৰী আৰু/অথবা ষ্ট’ৰেজ ব্যৱহাৰ কৰিব পাৰে।" "ৱিণ্ড\' এনিমেশ্বন স্কেল" "ট্ৰাঞ্জিশ্বন এনিমেশ্বন স্কেল" "এনিমেটৰ কালদৈৰ্ঘ্য স্কেল" "গৌণ প্ৰদৰ্শনৰ নকল বনাওক" "এপ্‌সমূহ" "কাৰ্যকলাপসমূহ নাৰাখিব" "ব্যৱহাৰকাৰী ওলোৱাৰ লগে লগে আটাইবোৰ কাৰ্যকলাপ মচক" "নেপথ্যত চলা প্ৰক্ৰিয়াৰ সীমা" "নেপথ্য এএনআৰবোৰ দেখুৱাওক" "নেপথ্য এপসমূহৰ বাবে এপে সঁহাৰি দিয়া নাই ডায়ল\'গ প্ৰদৰ্শন কৰক" "জাননী চেনেলৰ সকীয়নিবোৰ দেখুৱাওক" "কোনো এপে বৈধ চেনেল নোহোৱাকৈ কোনো জাননী প\'ষ্ট কৰিলে স্ক্ৰীনত সকীয়নি প্ৰদৰ্শন হয়" "বাহ্যিক ষ্ট\'ৰেজত এপক বলেৰে অনুমতি দিয়ক" "মেনিফেষ্টৰ মান যিয়েই নহওক, বাহ্যিক ষ্ট’ৰেজত লিখিবলৈ যিকোনো এপক উপযুক্ত কৰি তোলে" "বলেৰে কাৰ্যকলাপসমূহৰ আকাৰ সলনি কৰিব পৰা কৰক" "মেনিফেষ্টৰ মান যিয়েই নহওক, মাল্টি-ৱিণ্ডৰ বাবে আটাইবোৰ কাৰ্যকলাপৰ আকাৰ সলনি কৰিব পৰা কৰক।" "ফ্ৰিফৰ্ম ৱিণ্ড\'জ সক্ষম কৰক" "পৰীক্ষামূলক ফ্ৰী-ফৰ্ম ৱিণ্ড’বোৰৰ বাবে সহায়তা সক্ষম কৰক৷" "ডেস্কটপ বেকআপ পাছৱৰ্ড" "ডেস্কটপৰ পূৰ্ণ বেকআপ এতিয়ালৈকে সংৰক্ষিত অৱস্থাত নাই" "ডেস্কটপ সম্পূৰ্ণ বেকআপৰ বাবে পাছৱৰ্ডটো সলনি কৰিবলৈ বা আঁতৰাবলৈ টিপক" "নতুন বেকআপ পাছৱৰ্ড ছেট কৰা হ’ল" "নতুন পাছৱৰ্ডটোৰ লগত নিশ্চিত কৰা পাছৱৰ্ডটো মিলা নাই" "বেকআপ পাছৱৰ্ড নিৰ্ধাৰণ কৰিব পৰা নহ\'ল" "ল’ড হৈ আছে…" "জীৱন্ত (ডিফ\'ল্ট)" "প্ৰাকৃতিক" "মানক" "বৰ্ধিত ৰং" "চকুৱে দেখা পোৱা ধৰণৰ প্ৰাকৃতিক ৰং" "ডিজিটেল সমলৰ বাবে ৰং অপ্টিমাইজ কৰা হৈছে" "ষ্টেণ্ডবাইত থকা এপ্‌সমূহ" "নিষ্ক্ৰিয়। ট\'গল কৰিবলৈ টিপক।" "সক্ৰিয়। ট\'গল কৰিবলৈ টিপক।" "এপ্ ষ্টেণ্ডবাই অৱস্থাত আছে: %s" "মিডিয়া ট্ৰান্সক\'ডিঙৰ ছেটিং" "ট্ৰেন্সক’ডিং ডিফ’ল্ট অ’ভাৰৰাইড কৰক" "ট্ৰেন্সক’ডিং সক্ষম কৰক" "এপে আধুনিক ফৰ্মেট সমৰ্থন কৰে বুলি ধৰি লওক" "ট্ৰান্সক\'ডিঙৰ জাননী দেখুৱাওক" "ট্ৰান্সক\'ডিঙৰ কেশ্ব অক্ষম কৰক" "চলিত সেৱা" "বৰ্তমান চলি থকা সেৱাসমূহ চাওক আৰু নিয়ন্ত্ৰণ কৰক" "ৱেবভিউ প্ৰয়োগ" "ৱেবভিউ প্ৰয়োগ ছেট কৰক" "বাছনিটো এতিয়া আৰু মান্য় নহয়। আকৌ চেষ্টা কৰক।" "চিত্ৰৰ ৰং ম’ড" "এছআৰজিবি ব্যৱহাৰ কৰক" "নিষ্ক্ৰিয় হৈ আছে" "ম\'ন\'ক্ৰ\'মেচী" "ডিউটাৰএন\'মেলী (ৰঙা-সেউজীয়া)" "প্ৰ’টানোমালি (ৰঙা-সেউজীয়া)" "ট্ৰাইটান\'মেলী (নীলা-হালধীয়া)" "ৰং শুধৰণী" "আপুনি এই কামসমূহ কৰিবলৈ বিচাৰিলে ৰং শুধৰণিৰ সুবিধাটো সহায়ক হ’ব পাৰে:<br/> <ol> <li>&nbsp;ৰঙবোৰ অধিক সঠিককৈ দেখা পোৱা</li> <li>&nbsp;আপোনাক মনোযোগ দিয়াত সহায় কৰিবলৈ ৰং আঁতৰোৱা</li> </ol>" "%1$sৰ দ্বাৰা অগ্ৰাহ্য কৰা হৈছে" "%1$s - %2$s" "%1$s - বেটাৰী সুৰক্ষিত কৰিবলৈ চাৰ্জিং স্থগিত ৰখা হৈছে" "%1$s - চাৰ্জিঙৰ সৈতে জড়িত আনুষংগিক সামগ্ৰী পৰীক্ষা কৰক" "প্রায় %1$s বাকী আছে" "প্রায় %1$s বাকী আছে (%2$s)" "আপোনাৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি প্ৰায় %1$s বাকী আছে" "আপোনাৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি প্রায় %1$s বাকী আছে (%2$s)" "আপোনাৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি বেটাৰি আনুমানিকভাৱে %1$s লৈকে চলিব (%2$s)" "আপোনাৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি বেটাৰি আনুমানিকভাৱে %1$s লৈকে চলিব" "বেটাৰি আনুমানিকভাৱে %1$s লৈকে চলিব (%2$s)" "বেটাৰি আনুমানিকভাৱে %1$s লৈকে চলিব" "%1$s পৰ্যন্ত" "%1$sৰ ভিতৰত বেটাৰী শেষ হ\'ব পাৰে" "%1$sতকৈ কম বাকী আছে" "%1$sতকৈ কম বাকী আছে (%2$s)" "%1$sতকৈ বেছি বাকী আছে (%2$s)" "%1$sতকৈ বেছি বাকী আছে" "%1$s - %2$s" "সম্পূৰ্ণ হ’বলৈ %1$s বাকী আছে" "সম্পূৰ্ণ হ’বলৈ %1$s - %2$s বাকী আছে" "%1$s - চাৰ্জিং অপ্টিমাইজ কৰা হৈছে" "%1$s ‑ চাৰ্জ হৈ আছে" "%1$s - %2$s - %3$sৰ ভিতৰত সম্পূৰ্ণ হ’ব" "%1$s - %2$sৰ ভিতৰত সম্পূৰ্ণৰূপে চাৰ্জ হ’ব" "%1$sৰ ভিতৰত সম্পূৰ্ণৰূপে চাৰ্জ হ’ব" "%1$sৰ ভিতৰত সম্পূৰ্ণ হ’ব" "অজ্ঞাত" "চাৰ্জ কৰি থকা হৈছে" "দ্ৰুততাৰে চাৰ্জ হৈছে" "লাহে লাহে চাৰ্জ হৈছে" "বেতাঁৰৰ মাধ্যমেৰে চাৰ্জ হৈ আছে" "চাৰ্জ কৰি থকা হৈছে" "চাৰ্জ কৰা নাই" "সংযোজিত হৈছে, কিন্তু চাৰ্জ হৈ থকা নাই" "চাৰ্জ হ’ল" "সম্পূৰ্ণ চাৰ্জ হৈছে" "চাৰ্জিং স্থগিত ৰখা হৈছে" "চাৰ্জ হৈ আছে" "দ্ৰুত চাৰ্জিং" "এডমিনৰ দ্বাৰা নিয়ন্ত্ৰিত" "প্ৰতিবন্ধিত ছেটিঙৰ দ্বাৰা নিয়ন্ত্ৰিত" "নিষ্ক্ৰিয়" "অনুমতি দিয়া হৈছে" "অনুমতি দিয়া হোৱা নাই" "অজ্ঞাত এপ্ ইনষ্টল কৰক" "Settingsৰ গৃহপৃষ্ঠা" "০%" "৫০%" "১০০%" "%1$s আগত" "%1$s বাকী আছে" "সৰু" "ডিফ’ল্ট" "ডাঙৰ" "বৃহত্তৰ" "সকলোতকৈ ডাঙৰ" "নিজৰ উপযোগিতা অনুযায়ী (%d)" "মেনু" "ডেম’ ম\'ডত ফেক্টৰী ৰিছেট কৰিবলৈ পাছৱৰ্ড দিয়ক" "পৰৱৰ্তী" "পাছৱৰ্ড দৰকাৰী" "সক্ৰিয়হৈ থকা ইনপুট পদ্ধতিসমূহ" "ছিষ্টেমৰ ভাষা ব্যৱহাৰ কৰক" "%1$sৰ ছেটিং খুলিব পৰা নগ\'ল" "এই ইনপুট পদ্ধতিটোৱে আপুনি টাইপ কৰা আপোনাৰ ব্যক্তিগত ডেটা যেনে পাছৱৰ্ডসমূহ আৰু ক্ৰেডিট কাৰ্ডৰ নম্বৰসমূহকে ধৰি আটাইবোৰ পাঠ সংগ্ৰহ কৰিবলৈ সক্ষম হ\'ব পাৰে। %1$s এপ্‌টোৰ লগত ই সংলগ্ন। এই ইনপুট পদ্ধতিটো ব্যৱহাৰ কৰেনে?" "টোকা: ৰিবুট কৰাৰ পাছত আপুনি ফ\'নটো আনলক নকৰালৈকে এই এপ্‌টো ষ্টাৰ্ট নহ’ব" "আইএমএছ পঞ্জীয়ন স্থিতি" "পঞ্জীকৃত" "পঞ্জীকৃত নহয়" "উপলব্ধ নহয়" "MAC ক্ৰমানুসৰি ছেট কৰা হোৱা নাই" "{count,plural, =1{১ টা ডিভাইচ সংযোগ কৰা হৈছে}one{# টা ডিভাইচ সংযোগ কৰা হৈছে}other{# টা ডিভাইচ সংযোগ কৰা হৈছে}}" "অধিক সময়।" "কম সময়।" "বাতিল কৰক" "পৰৱৰ্তী" "উভতি যাওক" "ছেভ কৰক" "ঠিক" "হ’ল" "এলাৰ্ম আৰু ৰিমাইণ্ডাৰ" "এলাৰ্ম আৰু ৰিমাইণ্ডাৰ ছেট কৰাৰ অনুমতি দিয়ক" "এলাৰ্ম আৰু ৰিমাইণ্ডাৰ" "এই এপ্‌টোক এলাৰ্ম ছেট কৰিবলৈ আৰু সময় সংবেদনশীল কাৰ্যৰ সময়সূচী নিৰ্ধাৰণ কৰিবলৈ দিয়ক। ই এপ্‌টোক নেপথ্যত চলি থকাৰ অনুমতি দিয়ে যাৰ ফলত অধিক বেটাৰী ব্যৱহাৰ হয়।\n\nএই অনুমতিটো অফ কৰা থাকিলে, ইতিমধ্যে ছেট কৰা এলাৰ্ম আৰু এই এপ্‌টোৱে সময়সূচী নিৰ্ধাৰণ কৰা সময় ভিত্তিক অনুষ্ঠানসমূহে কাম নকৰা হ’ব।" "সময়সূচী, এলাৰ্ম, ৰিমাইণ্ডাৰ, ঘড়ী" "অন কৰক" "অসুবিধা নিদিব অন কৰক" "কেতিয়াও নহয়" "কেৱল গুৰুত্বপূৰ্ণ" "%1$s. %2$s" "আপুনি আপোনাৰ পিছৰটো এলাৰ্ম %1$s বজাত শুনা নাপাব যদিহে তাৰ আগতে আপুনি এইটো অফ নকৰে" "আপুনি আপোনাৰ পিছৰটো এলাৰ্ম %1$s বজাত শুনা নাপাব" "%1$s বজাত" "%1$s বজাত" "সময়সীমা" "প্ৰতিবাৰতে সোধক" "আপুনি অফ নকৰা পর্যন্ত" "এই মাত্ৰ" "এই ফ’নটো" "এই টেবলেটটো" "ড’ক স্পীকাৰ" "বাহ্যিক ডিভাইচ" "সংযোগ হৈ থকা ডিভাইচ" "এই ফ’নটো" "এই ডিভাইচটো প্লে\' কৰিব নোৱাৰি" "সলনি কৰিবলৈ একাউণ্ট আপগ্ৰে’ড কৰক" "ইয়াত ডাউনল’ডসমূহ প্লে’ কৰিব নোৱাৰি" "বিজ্ঞাপনটোৰ পাছত পুনৰ চেষ্টা কৰক" "ইয়াত প্লে\' কৰিবলৈ ডিভাইচটো সক্ৰিয় কৰক" "প্লে\' কৰিবলৈ ডিভাইচটো অনুমোদিত নহয়" "ইয়াত এই মিডিয়াটো প্লে\' কৰিব নোৱাৰি" "সংযুক্ত হৈ আছে" "HDMI ARC" "HDMI eARC" "ARCৰ জৰিয়তে সংযুক্ত" "eARCৰ জৰিয়তে সংযুক্ত" "টিভি ডিফ’ল্ট" "HDMI আউটপুট" "অভ্যন্তৰীণ স্পীকাৰ" "সংযোগ হোৱাত সমস্যা হৈছে। ডিভাইচটো অফ কৰি পুনৰ অন কৰক" "তাঁৰযুক্ত অডিঅ’ ডিভাইচ" "সহায় আৰু মতামত" "ষ্ট’ৰেজ" "শ্বেয়াৰ কৰা ডেটা" "শ্বেয়াৰ কৰা ডেটা চাওক আৰু সংশোধন কৰক" "এই ব্যৱহাৰকাৰীজনৰ বাবে কোনো শ্বেয়াৰ কৰা ডেটা নাই।" "শ্বেয়াৰ কৰা ডেটা আহৰণ কৰোঁতে আসোঁৱাহ হৈছে। পুনৰ চেষ্টা কৰক।" "শ্বেয়াৰ কৰা ডেটাৰ আইডি: %d" "%sত ম্যাদ উকলিব" "শ্বেয়াৰ কৰা ডেটা মচোঁতে আসোঁৱাহ হৈছে।" "শ্বেয়াৰ কৰা এই ডেটাখিনিৰ বাবে কোনো লীজ লোৱা হোৱা নাই। আপুনি ইয়াক মচিবনে?" "ডেটা শ্বেয়াৰ কৰা এপ্‌সমূহ" "এপ্‌টোৱে কোনো বিৱৰণ দিয়া নাই।" "%sত লীজৰ ম্যাদ উকলিব" "শ্বেয়াৰ কৰা ডেটা মচক" "আপুনি এই শ্বেয়াৰ কৰা ডেটাখিনি মচিব বিচৰাটো নিশ্চিতনে?" "ব্যৱহাৰকাৰীসকলৰ নিজৰ এপ্ আৰু সমল থাকে" "আপুনি নিজৰ একাউণ্টৰ পৰা এপ্ আৰু সমল চোৱা সুবিধাটো সীমাবদ্ধ কৰিব পাৰে" "ব্যৱহাৰকাৰী" "সীমিত প্ৰ\'ফাইল" "নতুন ব্যৱহাৰকাৰী যোগ কৰিবনে?" "আপুনি অতিৰিক্ত ব্যৱহাৰকাৰীক যোগ কৰি এই ডিভাইচটো অন্য় ব্য়ক্তিৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। প্ৰতিজন ব্যৱহাৰকাৰীৰ বাবে নিজাকৈ ঠাই আছে যাক তেওঁলোকে এপ্, ৱালপেপাৰ আৰু অন্য়ান্য় বস্তুৰ বাবে নিজৰ উপযোগিতা অনুযায়ী ব্যৱহাৰ কৰিব পাৰে। ব্যৱহাৰকাৰীসকলে সকলোকে প্ৰভাৱান্বিত কৰা ৱাই-ফাইৰ নিচিনা ডিভাইচৰ ছেটিং সাল-সলনি কৰিবও পাৰে।\n\nআপুনি যেতিয়া কোনো নতুন ব্যৱহাৰকাৰীক যোগ কৰে সেই ব্য়ক্তিজনে নিজেই নিজৰ বাবে ঠাই ছেট আপ কৰিব লাগিব।\n\nসকলো ব্যৱহাৰকাৰীয়ে অন্য় ব্যৱহাৰকাৰীৰ বাবে এপ্‌সমূহ আপডে’ট কৰিব পাৰে। সাধ্য় সুবিধাসমূহৰ ছেটিং আৰু সেৱাসমূহ নতুন ব্যৱহাৰকাৰীলৈ স্থানান্তৰ নহ\'বও পাৰে।" "আপুনি যেতিয়া এগৰাকী নতুন ব্যৱহাৰকাৰী যোগ কৰে, তেওঁ নিজৰ ঠাই ছেট আপ কৰাৰ প্ৰয়োজন।\n\nযিকোনো ব্যৱহাৰকাৰীয়ে অন্য সকলো ব্যৱহাৰকাৰীৰ বাবে এপ্ আপডে\'ট কৰিব পাৰে।" "এই ব্যৱহাৰকাৰীগৰাকীক এগৰাকী প্ৰশাসক বনাবনে?" "প্ৰশাসকৰ ওচৰত কিছুমান বিশেষাধিকাৰ আছে, যিবোৰ অন্য ব্যৱহাৰকাৰীৰ নাই। এগৰাকী প্ৰশাসকে সকলো ব্যৱহাৰকাৰীক পৰিচালনা কৰিব, এই ডিভাইচটো আপডে’ট অথবা ৰিছেট কৰিব, ছেটিং সংশোধন কৰিব, ইনষ্টল কৰি থোৱা আটাইবোৰ এপ্ চাব আৰু অন্য লোকৰ বাবে প্ৰশাসকৰ বিশেষাধিকাৰ প্ৰদান কৰিব অথবা প্ৰত্যাহাৰ কৰিব পাৰে।" "প্ৰশাসক বনাওক" "ব্যৱহাৰকাৰী এতিয়া ছেট আপ কৰিবনে?" "ডিভাইচটো লৈ নিজৰ ঠাই ছেটআপ কৰিবলৈ নতুন ব্যৱহাৰকাৰী উপলব্ধ থকাটো নিশ্চিত কৰক" "এতিয়া প্ৰ\'ফাইল ছেট আপ কৰিবনে?" "এতিয়াই ছেট আপ কৰক" "এতিয়া নহয়" "যোগ কৰক" "নতুন ব্যৱহাৰকাৰী" "নতুন প্ৰ\'ফাইল" "ব্যৱহাৰকাৰীৰ তথ্য" "প্ৰ\'ফাইলৰ তথ্য" "আপুনি সীমিত প্ৰ’ফাইল এটা সৃষ্টি কৰাৰ আগেয়ে, আপোনাৰ ব্যক্তিগত ডেটা আৰু এপ্বিলাকক সুৰক্ষিত কৰিবলৈ স্ক্ৰীন লক এটা নিৰ্ধাৰণ কৰিব লাগিব।" "লক ছেট কৰক" "%sলৈ সলনি কৰক" "নতুন ব্যৱহাৰকাৰী সৃষ্টি কৰি থকা হৈছে…" "নতুন অতিথি সৃষ্টি কৰি থকা হৈছে…" "নতুন ব্যৱহাৰকাৰী সৃষ্টি কৰিব পৰা নগ’ল" "নতুন অতিথি সৃষ্টি কৰিব পৰা নগ’ল" "উপনাম" "এই ডিভাইচটো ব্যৱহাৰ কৰা যিকোনো লোকে আপুনি বাছনি কৰা নাম আৰু চিত্ৰখন দেখা পাব।" "ব্যৱহাৰকাৰী যোগ দিয়ক" "অতিথি যোগ দিয়ক" "অতিথি আঁতৰাওক" "অতিথিৰ ছেশ্বন ৰিছেট কৰক" "অতিথিৰ ছেশ্বন ৰিছেট কৰিবনে?" "অতিথি আঁতৰাবনে?" "ৰিছেট কৰক" "আঁতৰাওক" "অতিথিৰ ছেশ্বন ৰিছেট কৰি থকা হৈছে…" "অতিথিৰ ছেশ্বন ৰিছেট কৰিবনে?" "এইটোৱে এটা অতিথিৰ ছেশ্বন আৰম্ভ কৰিব আৰু বৰ্তমানৰ ছেশ্বনটোৰ পৰা আটাইবোৰ এপ্ আৰু ডেটা মচিব" "অতিথি ম’ডৰ পৰা বাহিৰ হ’বনে?" "এইটোৱে বৰ্তমানৰ অতিথিৰ ছেশ্বনটোৰ পৰা এপ্ আৰু ডেটা মচিব" "হয়, তেওঁক এগৰাকী প্ৰশাসক বনাওক" "নহয়, তেওঁক এগৰাকী প্ৰশাসক নবনাব" "বাহিৰ হওক" "অতিথিৰ কাৰ্যকলাপ ছেভ কৰিবনে?" "আপুনি বৰ্তমানৰ ছেশ্বনটোৰ পৰা কাৰ্যকলাপ ছেভ কৰিব পাৰে অথবা আটাইবোৰ এপ্ আৰু ডেটা মচিব পাৰে" "মচক" "ছেভ কৰক" "অতিথি ম’ডৰ পৰা বাহিৰ হওক" "অতিথিৰ ছেশ্বন ৰিছেট কৰক" "অতিথিৰ ছেশ্বনৰ পৰা বাহিৰ হওক" "বাহিৰ হওঁতে আটাইবোৰ কাৰ্যকলাপ মচা হ’ব" "আপুনি বাহিৰ হওঁতে নিজৰ কাৰ্যকলাপ ছেভ কৰিব অথবা মচিব পাৰে" "এতিয়াই ছেশ্বনৰ কাৰ্যকলাপ ৰিছেট কৰক অথবা মচক অথবা আপুনি বাহিৰ হওঁতে কাৰ্যকলাপ ছেভ কৰিব অথবা মচিব পাৰে" "ফট’ বাছনি কৰক" "অতি বেছি ভুল প্ৰয়াস। ডিভাইচটোৰ ডেটা মচা হ’ব।" "অতি বেছি ভুল প্ৰয়াস। এই ব্যৱহাৰকাৰীক মচা হ’ব।" "অতি বেছি ভুল প্ৰয়াস। এই কৰ্মস্থানৰ প্ৰ’ফাইলটো আৰু তাৰ লগত জড়িত ডেটা মচা হ’ব।" "অগ্ৰাহ্য কৰক" "ডিভাইচ ডিফ’ল্ট" "অক্ষম কৰা আছে" "সক্ষম কৰা আছে" "এই সলনিটো কার্যকৰী হ’বলৈ আপোনাৰ ডিভাইচটো ৰিবুট কৰিবই লাগিব। এতিয়াই ৰিবুট কৰক অথবা বাতিল কৰক।" "তাঁৰযুক্ত হেডফ\'ন" "অন" "অফ" "বাহক নেটৱৰ্কৰ পৰিৱৰ্তন" "3G" "EDGE" "1X" "জিপিআৰএছ" "H" "H+" "4G" "4G+" "এলটিই" "এলটিই+" "W+" "ম’বাইল ডেটা অফ অৱস্থাত আছে" "ডেটা ব্যৱহাৰ কৰিবলৈ ছেট কৰা নাই" "ফ\'নত ছিগনেল নাই৷" "ফ\'ন ছিগনেলৰ এডাল দণ্ড।" "ফ\'ন ছিগনেলৰ দুডাল দণ্ড।" "ফ\'নৰ ছিগনেলৰ তিনিডাল দণ্ড আছে।" "ফ’নত চাৰিডাল দণ্ড।" "ফ\'নৰ ছিগনেল পূৰা আছে৷" "কোনো ডেটা নাই।" "ডেটা ছিগনেলৰ এডাল দণ্ড।" "ডেটা ছংনেলৰ তিনিডাল দণ্ড।" "ডেটা ছিংগনেলত তিনিডাল দণ্ড আছে।" "ডেটা ছিগনেল পূৰা আছে।" "ইথাৰনেট সংযোগ বিচ্ছিন্ন হৈছে।" "ইথাৰনেট।" "কল কৰা নহয়" "কায়িক কীব’ৰ্ড" "কীব\'ৰ্ডৰ চানেকি বাছক" "ডিফ’ল্ট" "স্ক্ৰীন অন কৰাৰ নিয়ন্ত্ৰণ" "স্ক্ৰীনখন অন কৰিবলৈ অনুমতি দিয়ক" "এপ্‌টোক স্ক্ৰীনখন অন কৰিবলৈ অনুমতি দিয়ক। যদি অনুমতি দিয়া হয়, এপ্‌টোৱে আপোনাৰ স্পষ্ট উদ্দেশ্য অবিহনেও যিকোনো সময়তে স্ক্ৰীনখন অন কৰিব পাৰে।" "%1$sৰ সম্প্ৰচাৰ কৰা বন্ধ কৰিবনে?" "যদি আপুনি %1$sৰ সম্প্ৰচাৰ কৰে অথবা আউটপুট সলনি কৰে, তেন্তে, আপোনাৰ বৰ্তমানৰ সম্প্ৰচাৰ বন্ধ হৈ যাব" "%1$s সম্প্ৰচাৰ কৰক" "আউটপুট সলনি কৰক" "প্ৰেডিক্টিভ বেক এনিমেশ্বন" "প্ৰেডিক্টিভ বেকৰ বাবে ছিষ্টেম এনিমেশ্বন সক্ষম কৰক।" "এই ছেটিংটোৱে প্ৰেডিক্টিভ বেক এনিমেশ্বনৰ বাবে ছিষ্টেম এনিমেশ্বন সক্ষম কৰে। ইয়াৰ বাবে মেনিফেষ্ট ফাইলত প্ৰতি এপত enableOnBackInvokedCallback সত্য বুলি ছেট কৰাৰ প্ৰয়োজন।" "%1$d %%" "নিৰ্দিষ্ট কৰা হোৱা নাই" "ক্লীৱ লিংগ" "নাৰী-বিষয়ক" "পুৰুষ-বিষয়ক" "ছিষ্টেম আপডে’ট"