"আপোনাৰ পিন দিয়ক"
"পিন দিয়ক"
"আপোনাৰ আৰ্হি দিয়ক"
"আৰ্হি আঁকক"
"আপোনাৰ পাছৱর্ড দিয়ক"
"পাছৱৰ্ড দিয়ক"
"ব্যৱহাৰৰ অযোগ্য ছিম কাৰ্ড"
"চ্চার্জ কৰা হ’ল"
"%s • বেতাঁৰৰ জৰিয়তে চাৰ্জ কৰি থকা হৈছে"
"%s • চাৰ্জ কৰি থকা হৈছে"
"%s • চ্চার্জ কৰি থকা হৈছে"
"%s • দ্ৰুত গতিৰে চাৰ্জ কৰি থকা হৈছে"
"%s • লাহে লাহে চাৰ্জ কৰি থকা হৈছে"
"%s • বেটাৰী সুৰক্ষিত কৰিবলৈ চাৰ্জিং স্থগিত ৰখা হৈছে"
"%s • চাৰ্জিঙৰ সৈতে জড়িত আনুষংগিক সামগ্ৰী পৰীক্ষা কৰক"
"নেটৱর্ক লক কৰা অৱস্থাত আছে"
"কোনো ছিম নাই"
"ব্যৱহাৰ কৰিব নোৱৰা ছিম।"
"ছিমখন লক হৈ আছে।"
"ছিমখন PUKৰ দ্বাৰা লক হৈ আছে।"
"ছিম আনলক কৰি থকা হৈছে…"
"পিনৰ ক্ষেত্ৰ"
"ডিভাইচৰ পাছৱৰ্ড"
"ছিম পিনৰ ক্ষেত্ৰ"
"ছিমৰ PUK ক্ষেত্ৰ"
"মচক"
"ই-ছিম অক্ষম কৰক"
"ই-ছিম অক্ষম কৰিব পৰা নাযায়"
"এটা আসোঁৱাহৰ কাৰণে ই-ছিম অক্ষম কৰিব পৰা নাযায়।"
"এণ্টাৰ বুটাম"
"ভুল আৰ্হি"
"ভুল আৰ্হি। পুনৰ চেষ্টা কৰক।"
"ভুল পাছৱৰ্ড"
"ভুল পাছৱৰ্ড। পুনৰ চেষ্টা কৰক।"
"ভুল পিন"
"ভুল পিন। পুনৰ চেষ্টা কৰক।"
"অথবা ফিংগাৰপ্ৰিণ্টেৰে আনলক কৰক"
"অচিনাক্ত ফিংগাৰপ্ৰিণ্ট"
"মুখাৱয়ব চিনি পোৱা নাই"
"পুনৰ চেষ্টা কৰক অথবা পিন দিয়ক"
"পুনৰ চেষ্টা কৰক অথবা পাছৱৰ্ড দিয়ক"
"পুনৰ চেষ্টা কৰক অথবা আৰ্হি আঁকক"
"অত্যধিক প্ৰয়াসৰ পাছত পিন দিয়াৰ আৱশ্যক"
"অত্যধিক প্ৰয়াসৰ পাছত পাছৱৰ্ড দিয়াৰ আৱশ্যক"
"অত্যধিক প্ৰয়াসৰ পাছত আৰ্হি দিয়াৰ আৱশ্যক"
"পিন অথবা ফিংগাৰপ্ৰিণ্টেৰে আনলক কৰক"
"পাছৱৰ্ড অথবা ফিংগাৰপ্ৰিণ্টেৰে আনলক কৰক"
"আৰ্হি অথবা ফিংগাৰপ্ৰিণ্টেৰে আনলক কৰক"
"অধিক সুৰক্ষাৰ বাবে, কৰ্মস্থানৰ নীতিয়ে ডিভাইচটো লক কৰিছে"
"লকডাউনৰ পাছত পিন দিয়াৰ আৱশ্যক"
"লকডাউনৰ পাছত পাছৱৰ্ড দিয়াৰ আৱশ্যক"
"লকডাউনৰ পাছত আৰ্হি দিয়াৰ আৱশ্যক"
"ডিভাইচটো ব্যৱহাৰ হৈ নাথাকোঁতে আপডে’ট ইনষ্টল হ’ব"
"অতিৰিক্ত সুৰক্ষাৰ আৱশ্যক। কিছু সময় ধৰি আৰ্হি ব্যৱহাৰ কৰা হোৱা নাই।"
"অতিৰিক্ত সুৰক্ষাৰ আৱশ্যক। কিছু সময় ধৰি পাছৱৰ্ড ব্যৱহাৰ কৰা হোৱা নাই।"
"অতিৰিক্ত সুৰক্ষাৰ আৱশ্যক। কিছু সময় ধৰি আৰ্হি ব্যৱহাৰ কৰা হোৱা নাই।"
"অতিৰিক্ত সুৰক্ষাৰ আৱশ্যক। ডিভাইচটো কিছু সময় ধৰি আনলক কৰা হোৱা নাই।"
"মুখাৱয়বেৰে আনলক কৰিব নোৱাৰি। অতি বেছিসংখ্যক প্ৰয়াস।"
"ফিংগাৰপ্ৰিণ্টেৰে আনলক কৰিব নোৱাৰি। অতি বেছিসংখ্যক প্ৰয়াস।"
"বিশ্বাসী এজেণ্ট উপলব্ধ নহয়"
"ভুল পিন দি অতি বেছিসংখ্যক প্ৰয়াস কৰা হৈছে"
"ভুল আৰ্হি দি অতি বেছিসংখ্যক প্ৰয়াস কৰা হৈছে"
"ভুল পাছৱৰ্ড দি অতি বেছিসংখ্যক প্ৰয়াস কৰা হৈছে"
"{count,plural, =1{১ ছেকেণ্ডত আকৌ চেষ্টা কৰক।}one{# ছেকেণ্ডৰ পাছত আকৌ চেষ্টা কৰক।}other{# ছেকেণ্ডৰ পাছত আকৌ চেষ্টা কৰক।}}"
"ছিমৰ পিন দিয়ক।"
"\"%1$s\"ৰ ছিমৰ পিন দিয়ক।"
"%1$s ম’বাইল সেৱা অবিহনে ডিভাইচ ব্যৱহাৰ কৰিবলৈ ই-ছিম অক্ষম কৰক।"
"ছিমখন বর্তমান অক্ষম অৱস্থাত আছে। অব্যাহত ৰাখিবলৈ PUK ক\'ড লিখক। সবিশেষ জানিবলৈ বাহকৰ সৈতে যোগাযোগ কৰক।"
"\"%1$s\" ছিমখন বর্তমান অক্ষম অৱস্থাত আছে। অব্যাহত ৰাখিবলৈ PUK ক\'ড দিয়ক। সবিশেষ জানিবলৈ বাহকৰ সৈতে যোগাযোগ কৰক।"
"আপোনাৰ পছন্দৰ পিন ক\'ড লিখক"
"আপোনাৰ পচন্দৰ পিন ক\'ড নিশ্চিত কৰক"
"ছিম আনলক কৰি থকা হৈছে…"
"৪টাৰ পৰা ৮টা সংখ্যাযুক্ত এটা পিন লিখক।"
"PUK ক\'ডটো ৮টা বা তাতকৈ অধিক সংখ্যা থকা হ\'ব লাগিব।"
"আপুনি আপোনাৰ পিন %1$d বাৰ ভুলকৈ লিখিছে। \n\n%2$dছেকেণ্ডৰ পাছত আকৌ চেষ্টা কৰক।"
"আপুনি আপোনাৰ পাছৱৰ্ড %1$dবাৰ ভুলকৈ লিখিছে। \n\n%2$d ছেকেণ্ডৰ পাছত আকৌ চেষ্টা কৰক।"
"আপুনি আপোনাৰ আনলক আৰ্হি %1$d বাৰ ভুলকৈ আঁকিছে। \n\n%2$dছেকেণ্ডৰ পাছত আকৌ চেষ্টা কৰক।"
"ছিমৰ ভুল পিন ক\'ড, আপোনাৰ ডিভাইচটো আনলক কৰিবলৈ আপুনি এতিয়া আপোনাৰ বাহকৰ সৈতে যোগাযোগ কৰিবই লাগিব।"
"{count,plural, =1{ছিমৰ পিন ক’ড ভুল হৈছে, আপোনাৰ ডিভাইচ আনলক কৰিবলৈ আপোনাৰ বাহকৰ লগত যোগাযোগ কৰিবই লগা হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}one{ছিমৰ পিন ক’ড ভুল হৈছে, আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে। }other{ছিমৰ পিন ক’ড ভুল হৈছে, আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে। }}"
"ছিম ব্যৱহাৰযোগ্য নহয়। আপোনাৰ বাহকৰ সৈতে যোগাযোগ কৰক।"
"{count,plural, =1{ছিমৰ PUK ক’ড ভুল হৈছে, ছিমখন স্থায়ীভাৱে ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}one{ছিমৰ PUK ক’ড ভুল হৈছে, ছিমখন স্থায়ীভাৱে ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}other{ছিমৰ PUK ক’ড ভুল হৈছে, ছিমখন স্থায়ীভাৱে ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}}"
"ছিম পিনৰ জৰিয়তে আনলক কৰিব পৰা নগ\'ল!"
"ছিম PUKৰ জৰিয়তে আনলক কৰিব পৰা নগ\'ল!"
"ইনপুট পদ্ধতি সলনি কৰক"
"এয়াৰপ্লে’ন ম’ড"
"ডিভাইচ ৰিষ্টাৰ্ট হোৱাৰ পাছত আৰ্হিৰ আৱশ্যক"
"ডিভাইচ ৰিষ্টাৰ্ট হোৱাৰ পাছত পিনৰ আৱশ্যক"
"ডিভাইচ ৰিষ্টাৰ্ট হোৱাৰ পাছত পাছৱৰ্ডৰ আৱশ্যক"
"অতিৰিক্ত সুৰক্ষাৰ বাবে, আৰ্হি ব্যৱহাৰ কৰক"
"অতিৰিক্ত সুৰক্ষাৰ বাবে, ইয়াৰ পৰিৱৰ্তে পিন ব্যৱহাৰ কৰক"
"অতিৰিক্ত সুৰক্ষাৰ বাবে, ইয়াৰ পৰিৱৰ্তে পাছৱৰ্ড ব্যৱহাৰ কৰক"
"অতিৰিক্ত সুৰক্ষাৰ বাবে পিন দিয়াটো বাধ্যতামূলক"
"অতিৰিক্ত সুৰক্ষাৰ বাবে আর্হি দিয়াটো বাধ্যতামূলক"
"অতিৰিক্ত সুৰক্ষাৰ বাবে পাছৱর্ড দিয়াটো বাধ্যতামূলক"
"প্ৰশাসকে ডিভাইচ লক কৰি ৰাখিছে"
"ডিভাইচটো মেনুৱেলভাৱে লক কৰা হৈছিল"
"চিনাক্ত কৰিব পৰা নাই"
"ফেচ আনলক ব্যৱহাৰ কৰিবলৈ ছেটিঙত কেমেৰাৰ এক্সেছ অন কৰক"
"{count,plural, =1{ছিমৰ পিন দিয়ক। আপোনাৰ ডিভাইচ আনলক কৰিবলৈ আপোনাৰ বাহকৰ লগত যোগাযোগ কৰিবই লগা হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}one{ছিমৰ পিন দিয়ক। আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}other{ছিমৰ পিন দিয়ক। আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে।}}"
"{count,plural, =1{ছিমখন এতিয়া অক্ষম কৰা হৈছে। অব্যাহত ৰাখিবলৈ PUK ক’ড দিয়ক। ছিমখন স্থায়ীভাৱে ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে। সবিশেষৰ বাবে বাহকৰ সৈতে যোগাযোগ কৰক।}one{ছিমখন এতিয়া অক্ষম কৰা হৈছে। অব্যাহত ৰাখিবলৈ PUK ক’ড দিয়ক। ছিমখন স্থায়ীভাৱে ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে। সবিশেষৰ বাবে বাহকৰ সৈতে যোগাযোগ কৰক।}other{ছিমখন এতিয়া অক্ষম কৰা হৈছে। অব্যাহত ৰাখিবলৈ PUK ক’ড দিয়ক। ছিমখন স্থায়ীভাৱে ব্যৱহাৰৰ অনুপযোগী হোৱাৰ পূৰ্বে আপোনাৰ ওচৰত # টা প্ৰয়াস বাকী আছে। সবিশেষৰ বাবে বাহকৰ সৈতে যোগাযোগ কৰক।}}"
"ডিফ’ল্ট"
"বাবল"
"এনাল’গ"
"অব্যাহত ৰাখিবলৈ আপোনাৰ ডিভাইচটো আনলক কৰক"
"আপডে’ট পাছত ইনষ্টল কৰিবলৈ পিন দিয়ক"
"আপডে’ট পাছত ইনষ্টল কৰিবলৈ পাছৱৰ্ড দিয়ক"
"আপডে’ট পাছত ইনষ্টল কৰিবলৈ আৰ্হি আঁকক"
"ডিভাইচ আপডে’ট কৰা হ’ল। অব্যাহত ৰাখিবলৈ পিন দিয়ক।"
"ডিভাইচ আপডে’ট কৰা হ’ল। অব্যাহত ৰাখিবলৈ পাছৱৰ্ড দিয়ক।"
"ডিভাইচ আপডে’ট কৰা হ’ল। অব্যাহত ৰাখিবলৈ আৰ্হি আঁকক।"