"AdServices Topics API এক্সেছ কৰাৰ অনুমতি" "এটা এপ্লিকেশ্বনক AdServices Topics API এক্সেছ কৰিবলৈ অনুমতি দিয়ে।" "AdServices Attribution API এক্সেছ কৰাৰ অনুমতি" "এটা এপ্লিকেশ্বনক AdServices Attribution API এক্সেছ কৰিবলৈ অনুমতি দিয়ে।" "AdServices Custom Audience API এক্সেছ কৰাৰ অনুমতি" "এটা এপ্লিকেশ্বনক AdServices Custom Audiences API এক্সেছ কৰিবলৈ অনুমতি দিয়ে।" "AdId API এক্সেছ কৰাৰ অনুমতি" "এটা এপ্লিকেশ্বনক AdId API এক্সেছ কৰিবলৈ অনুমতি দিয়ে।" "AdServices Consent API এক্সেছ কৰিব পাৰে" "কোনো এপ্লিকেশ্বনক AdServices Consent API এক্সেছ কৰিবলৈ অনুমতি দিয়ে।" "Ad ID API এক্সেছ কৰাৰ অনুমতি" "এটা এপ্লিকেশ্বনক Ad ID API এক্সেছ কৰিবলৈ অনুমতি দিয়ে।" "AdServices Cobalt Upload APIৰ এক্সেছ" "কোনো এপ্লিকেশ্বনক AdServices Cobalt Upload API এক্সেছ কৰিবলৈ অনুমতি দিয়ে।" "App Set ID API এক্সেছ কৰাৰ অনুমতি" "এটা এপ্লিকেশ্বনক App Set ID API এক্সেছ কৰিবলৈ অনুমতি দিয়ে।" "Consent Service APIৰ এক্সেছ" "কোনো এপ্লিকেশ্বনক Consent Service API এক্সেছ কৰিবলৈ অনুমতি দিয়ে।" "AdService সক্ষমকৰণৰ স্থিতিৰ সংশোধনৰ APIলৈ এক্সেছ" "কোনো এপ্লিকেশ্বনক AdService সক্ষমকৰণৰ স্থিতিৰ সংশোধনৰ API এক্সেছ কৰিবলৈ অনুমতি দিয়ে।" "AdService সক্ষমকৰণৰ স্থিতিৰ APIলৈ এক্সেছ" "কোনো এপ্লিকেশ্বনক AdService সক্ষমকৰণৰ স্থিতিৰ API এক্সেছ কৰিবলৈ অনুমতি দিয়ে।" "AdServicesManager’s APIsলৈ এক্সেছ" "এটা এপ্লিকেশ্বনক AdServicesManager’s APIs এক্সেছ কৰিবলৈ অনুমতি দিয়ে।" "AdServiceৰ আপডে’ট AdID APIৰ এক্সেছ।" "কোনো এপ্লিকেশ্বনক AdServiceৰ আপডে’ট AdID API এক্সেছ কৰিবলৈ অনুমতি দিয়ে।" "বিজ্ঞাপনৰ গোপনীয়তা" "Androidৰ বিজ্ঞাপনৰ গোপনীয়তা বিটাত যোগদান কৰক" "Androidএ আপোনাক বিজ্ঞাপন দেখুৱাবলৈ এপৰ বাবে অধিক গোপনীয় উপায়সমূহ অন্বেষণ কৰি আছে" "অধিক জানক" "Androidৰ বিজ্ঞাপনৰ গোপনীয়তা বিটা" "নতুন কি আছে" "প্ৰাইভেচি ছেণ্ডবক্সৰ নতুন সুবিধাসমূহে এপক আপোনাক প্ৰাসংগিক বিজ্ঞাপন দেখুৱাবলৈ দিয়ে, কিন্তু সেই এপে আপুনি ৱেবছাইট আৰু অন্য বিকাশকৰ্তাৰ এপত কৰা কাৰ্যকলাপ জনাটো প্ৰতিবন্ধিত কৰে।" "ই কিদৰে কাম কৰে" "কেনেকৈ অংশগ্ৰহণ কৰিব লাগে" "বিটা অন কৰাটোৱে এপক আপোনাক বিজ্ঞাপন দেখুৱাবলৈ এই নতুন অধিক গোপনীয় উপায়সমূহ পৰীক্ষা কৰি চাবলৈ অনুমতি দিয়ে। আপুনি যিকোনো সময়তে নিজৰ গোপনীয়তাৰ ছেটিঙত বিটা অফ কৰিব পাৰে।" "নালাগে, ধন্যবাদ" "অন কৰক" "অধিক" "অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ" "আপুনি Androidৰ বিজ্ঞাপনৰ গোপনীয়তাৰ বিটা। আপোনাৰ ডিভাইচটোৰ বাবে প্ৰাইভেচি ছেণ্ডবক্স অন কৰা হৈছে।\n\nআপুনি অধিক জানিব পাৰে অথবা নিজৰ গোপনীয়তাৰ ছেটিঙত বিটাটো যিকোনো সময়তে অফ কৰিব পাৰে।" "আপুনি অংশগ্ৰহণ নকৰিবলৈ বাছনি কৰিছে" "আপোনাৰ সঁহাৰিৰ বাবে ধন্যবাদ। আপোনাৰ ডিভাইচটোৰ বাবে প্ৰাইভেচি ছেণ্ডবক্স অফ কৰা হৈছে।\n\nযদি আপুনি নিজৰ সিদ্ধান্ত সলনি কৰে অথবা অধিক জানিবলৈ বিচাৰে, আপোনাৰ গোপনীয়তাৰ ছেটিঙলৈ যাওক।" "গোপনীয়তাৰ ছেটিং" "আপুনি বিটাটোৰ অংশ" "আপোনাৰ ডিভাইচৰ বাবে প্ৰাইভেচি ছেণ্ডবক্স অন আছে আৰু এপে আপোনাক বিজ্ঞাপন দেখুৱাবলৈ এই নতুন অধিক গোপনীয় উপায়সমূহ পৰীক্ষা কৰি চাব পাৰে। আপুনি যিকোনো সময়তে নিজৰ গোপনীয়তাৰ ছেটিঙত বিটা অফ কৰিব পাৰে।" "বুজি পালোঁ" "Androidৰ প্ৰাইভেচি ছেণ্ডবক্সে নতুন সুবিধাসমূহ দিয়ে, যিসমূহ সুবিধা এপে আপোনাক আপুনি পচন্দ কৰিব পৰা ধৰণৰ বিজ্ঞাপন দেখুৱাবলৈ ব্যৱহাৰ কৰিব পাৰে। এই প্ৰযুক্তিসমূহে ডিভাইচ চিনাক্তকাৰী ব্যৱহাৰ নকৰে।\n\nAndroid আৰু আপোনাৰ এপে আপুনি আগ্ৰহী হ’ব পৰা ধৰণৰ বিজ্ঞাপন অনুমান কৰিব পাৰে আৰু আপোনাৰ ডিভাইচত অস্থায়ীভাৱে আগ্ৰহসমূহ ছেভ কৰিব পাৰে। এইটোৱে সমগ্ৰ ৱেবছাইট আৰু অন্য বিকাশকৰ্তাৰ এপত আপোনাৰ কাৰ্যকলাপ ট্ৰেক নকৰাকৈয়ে এপক আপুনি পচন্দ কৰিব পৰা ধৰণৰ বিজ্ঞাপন দেখুৱাবলৈ অনুমতি দিয়ে।" "প্ৰাইভেচি ছেণ্ডবক্সৰ জৰিয়তে বিজ্ঞাপন ব্যক্তিগতকৃত কৰা" "•  Androidএ অনুমান কৰা আগ্ৰহ" "Androidএ আপুনি ব্যৱহাৰ কৰা এপৰ ভিত্তিত সময়ে সময়ে আপোনাৰ শীৰ্ষ আগ্ৰহসমূহ অনুমান কৰে, যেনে, \"ক্ৰীড়া\" অথবা \"ভ্ৰমণ\"।\n\nপাছত, কোনো এপে আপোনাক অধিক প্ৰাসংগিক বিজ্ঞাপন দেখুৱাবলৈ Androidক সেই আগ্ৰহসমূহ ব্যৱহাৰ কৰিবলৈ বিচাৰিব পাৰে।\n\nআপুনি তথাপিও নিজৰ গোপনীয়তাৰ ছেটিঙত বৰ্তমানৰ আগ্ৰহসমূহৰ সূচীখন চাব আৰু আপুনি পচন্দ নকৰা যিকোনো আগ্ৰহ মচিব পাৰে।" "•  এপে অনুমান কৰা আগ্ৰহ" "এপে আপোনাৰ আগ্ৰহসমূহ অনুমান কৰিব আৰু সেইবোৰ Androidৰ জৰিয়তে অস্থায়ীভাৱে ছেভ কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি দৌৰিবলৈ পিন্ধা জোতা কিনিবলৈ ব্যৱহাৰ কৰা কোনো এপে আপোনাৰ আগ্ৰহ \"মাৰাথান দৌৰা\" বুলি অনুমান কৰিব পাৰে।\n\nপাছত, আপোনাৰ এই আগ্ৰহৰ ভিত্তিত, অন্য এটা এপে আপোনাক মাৰাথানৰ সৈতে জড়িত কোনো বিজ্ঞাপন দেখুৱাব পাৰে।\n\nআপোনাৰ গোপনীয়তাৰ ছেটিঙত, আপুনি আগ্ৰহ ছেভ কৰা এই এপৰ সূচীখন পৰিচালনা কৰিব পাৰে।" "বিজ্ঞাপনৰ গোপনীয়তাৰ নতুন সুবিধা" "বিজ্ঞাপনৰ বিষয়বস্তু আৰু নতুন নিয়ন্ত্ৰণে আপুনি দেখা পোৱা বিজ্ঞাপনৰ ক্ষেত্ৰত আপোনাক বাছনি কৰিবলৈ অধিক বিষয়বস্তু প্ৰদান কৰে" "এতিয়া বিজ্ঞাপনৰ গোপনীয়তাৰ নতুন সুবিধা উপলব্ধ" "আপুনি শেহতীয়াকৈ ব্যৱহাৰ কৰা এপ্‌সমূহৰ আধাৰত Androidএ আগ্ৰহৰ বিষয়বস্তুৰ লক্ষ্য ৰাখে। আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহেও আপুনি কি ভাল পায় সেয়া নিৰ্ধাৰণ কৰিব পাৰে। পাছত, এপ্‌সমূহে আপোনাক ব্যক্তিগতকৃত বিজ্ঞাপন দেখুৱাবলৈ এই তথ্য বিচাৰিব পাৰে। আপোনাক বিজ্ঞাপন দেখুৱাবলৈ কোনবোৰ বিষয় আৰু এপ্‌ ব্যৱহাৰ কৰা হয় সেয়া আপুনি বাছনি কৰিব পাৰে।" "কোনো বিজ্ঞাপনৰ পাৰদৰ্শিতাৰ জোখ-মাখ কৰিবলৈ, এপ্‌সমূহৰ মাজত সীমিত ধৰণৰ ডেটা শ্বেয়াৰ কৰা হয়।" "Androidত দেখা পোৱা বিজ্ঞাপনৰ বিষয়ে অধিক তথ্য" "অধিক উপযোগী বিজ্ঞাপন" "আপুনি দেখা বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰাত সহায় কৰিবলৈ এপ্‌সমূহে Androidৰ পৰা তথ্য বিচাৰিব পাৰে।" "•  আপুনি শেহতীয়াকৈ ব্যৱহাৰ কৰা এপ্‌সমূহৰ আধাৰত Androidএ আগ্ৰহৰ বিষয়বস্তুৰ লক্ষ্য ৰাখে।" "•  আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহেও আপুনি সেইবিলাক কেনেকৈ ব্যৱহাৰ কৰে তাৰ ওপৰত ভিত্তি কৰি আপুনি কি ভাল পায় সেইটো নিৰ্ধাৰণ কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি দীৰ্ঘ-দূৰত্বৰ দৌৰত পিন্ধা জোতা বিক্ৰী কৰা কোনো এপ্‌ ব্যৱহাৰ কৰে, তেন্তে এপ্‌টোৱে আপোনাৰ মাৰাথন দৌৰাত আগ্ৰহ আছে বুলি সিদ্ধান্ত ল’ব পাৰে।" "পাছত, আপুনি ব্যৱহাৰ কৰা কোনো এপে এই তথ্যখিনি বিচাৰিব পাৰে — হয় বিজ্ঞাপনৰ বিষয়বস্তু নহয় আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহে দিয়া বিজ্ঞাপনৰ পৰামৰ্শ।" "Androidএ নিয়মীয়াকৈ বিষয়বস্তু আৰু বিজ্ঞাপনৰ পৰামৰ্শ আগবঢ়োৱা ডেটা স্বয়ংক্ৰিয়ভাৱে মচে। আপুনি নিৰ্দিষ্ট কিছুমান বিষয়বস্তু আৰু এপ্ অৱৰোধ কৰিব পাৰে, যিবোৰৰ পৰামৰ্শ আগবঢ়োৱাটো আপুনি নিবিচাৰে।" "কোনো বিজ্ঞাপনে কিমান ভাল পাৰদৰ্শিতা দেখুৱাইছে তাৰ জোখ-মাখ কৰা" "আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহে সেইবিলাকৰ বিজ্ঞাপনৰ পাৰদৰ্শিতাৰ জোখ-মাখ কৰাত সহায়ক হোৱা তথ্য Androidৰ পৰা বিচাৰিব পাৰে। Androidএ এপ্‌সমূহক সীমিত ধৰণৰ ডেটা সংগ্ৰহ কৰিবলৈ দিয়ে, যেনে- আপোনাক কোনো বিজ্ঞাপন দিনটোৰ কি সময়ত দেখুওৱা হৈছিল।" "বিজ্ঞাপনৰ গোপনীয়তাৰ নতুন সুবিধা ব্যৱহাৰ কৰি চাওক" "বিজ্ঞাপনৰ বিষয়বস্তুৱে আপুনি দেখা পোৱা বিজ্ঞাপনৰ ক্ষেত্ৰত আপোনাক বাছনি কৰিবলৈ অধিক বিষয়বস্তু প্ৰদান কৰে" "সবিশেষ চাওক" "বিজ্ঞাপনৰ গোপনীয়তাৰ নতুন সুবিধা ব্যৱহাৰ কৰি চাওক" "Androidএ গোপনীয়তাৰ নতুন সুবিধা আগবঢ়াবলৈ লৈছে যিবিলাকে আপুনি দেখা পোৱা বিজ্ঞাপনৰ ক্ষেত্ৰত আপোনাক বাছনি কৰিবলৈ অধিক বিষয়বস্তু প্ৰদান কৰে।" "বিজ্ঞাপনৰ বিষয়বস্তুৱে এপ্‌সমূহক আপোনাৰ পৰিচয় আৰু আপোনাৰ এপৰ ব্যৱহাৰৰ বিষয়ে তথ্য সুৰক্ষিত ৰাখি আপোনাক প্ৰাসংগিক বিজ্ঞাপন দেখুওৱাত সহায় কৰে। আপুনি শেহতীয়াকৈ ব্যৱহাৰ কৰা এপৰ ওপৰত ভিত্তি কৰি Androidএ আগ্ৰহৰ বিষয়বস্তুৰ লক্ষ্য় ৰাখিব পাৰে। পাছত, আপুনি ব্যৱহাৰ কৰা এটা এপে আপুনি দেখা পোৱা বিজ্ঞাপন ব্যক্তিগতকৰণ কৰিবলৈ Androidক প্ৰাসংগিক বিষয়বস্তুবোৰ বিচাৰিব পাৰে।" "আপুনি আপোনাৰ ডিভাইচৰ ছেটিঙত বিজ্ঞাপনৰ বিষয়বস্তু চাব পাৰে আৰু আপুনি এপ্‌সমূহৰ সৈতে শ্বেয়াৰ কৰিব নিবিচৰাসমূহ অৱৰোধ কৰিব পাৰে। Androidএ নিয়মীয়াকৈ বিজ্ঞাপনৰ বিষয়বস্তু স্বয়ংক্ৰিয়ভাৱেও মচে।" "আপুনি যিকোনো সময়তে গোপনীয়তাৰ ছেটিঙত আপোনাৰ মন সলনি কৰিব পাৰে।" "বিজ্ঞাপনৰ বিষয়বস্তুৰ বিষয়ে অধিক" "আমাৰ ""গোপনীয়তাৰ নীতি""ত Androidএ আপোনাৰ ডেটা কেনেকৈ সুৰক্ষিত কৰে সেই বিষয়ে অধিক জানক।" "এইটো ব্যৱহাৰ কৰি চাওক" "•  কি ডেটা ব্যৱহাৰ কৰা হয়" "আপোনাৰ বিজ্ঞাপনৰ বিষয়বস্তু এই ডিভাইচটোত আপুনি শেহতীয়াকৈ ব্যৱহাৰ কৰা এপ্‌সমূহ আৰু সেইবিলাক আপুনি কিমান সঘনাই ব্যৱহাৰ কৰে তাৰ ওপৰত আধাৰিত।" "•  আমি এই ডেটা কেনেকৈ ব্যৱহাৰ কৰোঁ" "আপুনি আপোনাৰ এপ্‌সমূহ ব্যৱহাৰ কৰোঁতে Androidএ আগ্ৰহৰ বিষয়সমূহৰ হিচাপ ৰাখে। বিষয়বস্তুৰ লেবেলসমূহ পূৰ্বনিৰ্ধাৰিত আৰু ইয়াত কলা আৰু মনোৰঞ্জন, শ্বপিং আৰু ক্ৰীড়াৰ দৰে বস্তু অন্তৰ্ভুক্ত হয়। পাছত, আপুনি ব্যৱহাৰ কৰা কোনো এপে আপুনি দেখা বিজ্ঞাপনসমূহ ব্যক্তিগতকৰণ কৰিবলৈ Androidক আপোনাৰ বিষয়সমূহৰ কিছুমান (কিন্তু আপোনাৰ এপৰ ব্যৱহাৰৰ অথবা পৰিচয়ৰ ডেটাৰ বিষয়ে নহয়)ৰ বিষয়ে সুধিব পাৰে।" "•  আপুনি নিজৰ ডেটা কেনেকৈ পৰিচালনা কৰিব পাৰে" "Androidএ নিয়মীয়াকৈ বিষয়বস্তু স্বয়ংক্ৰিয়ভাৱে মচে। আপুনি কোনো এপ্‌ ব্যৱহাৰ কৰি থাকিলে, সূচীখনত কোনো বিষয়বস্তু পুনৰ প্ৰদৰ্শিত হ\'ব পাৰে। আপুনি Androidএ কোনো এপৰ সৈতে শ্বেয়াৰ কৰিবলৈ দিবলৈ নিবিচৰা বিষয়বস্তু অৱৰোধো কৰিব পাৰে আৰু গোপনীয়তাৰ ছেটিঙত যিকোনো সময়তে বিজ্ঞাপনৰ বিষয়বস্তুৰ সুবিধাটো অফ কৰিব পাৰে।" "আপুনি গোপনীয়তাৰ ছেটিঙত সালসলনি কৰিব পাৰে।" "এতিয়া বিজ্ঞাপনৰ গোপনীয়তাৰ অন্য সুবিধা উপলব্ধ" "এপ্‌সমূহে আপোনাক ব্যক্তিগতকৃত বিজ্ঞাপন দেখুৱালে সেইসমূহে আপোনাৰ বিষয়ে কি জানিব পাৰে সেয়া সীমিত কৰাৰ বাবে Androidএ নতুন উপায় আগবঢ়ায়।" "•  এপে পৰামৰ্শ দিয়া বিজ্ঞাপনসমূহে এপ্‌সমূহক আপোনাক প্ৰাসংগিক বিজ্ঞাপন দেখুৱাবলৈ সক্ষম কৰি আপোনাৰ পৰিচয় আৰু আপোনাৰ এপৰ ব্যৱহাৰৰ বিষয়ে তথ্য সুৰক্ষিত কৰাত সহায় কৰে। আপোনাৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি আপুনি ব্যৱহাৰ কৰা এটা এপে অন্য এপ্‌সমূহত প্ৰাসংগিক বিজ্ঞাপনৰ পৰামৰ্শ দিব পাৰে। আপুনি এপ্‌সমূহৰ সূচী চাব পাৰে আৰু গোপনীয়তাৰ ছেটিঙলৈ গৈ সেইসমূহক পৰামৰ্শ দিয়াৰ পৰা অৱৰোধ কৰিব পাৰে।" "•  বিজ্ঞাপনৰ জোখ-মাখৰ জৰিয়তে, এপ্‌সমূহৰ মাজত সেইবিলাকে দেখুওৱা বিজ্ঞাপনৰ পাৰদৰ্শিতা জোখ-মাখ কৰিবলৈ সীমিত ধৰণৰ ডেটা শ্বেয়াৰ কৰা হয়, যেনে- আপোনাক কোনো বিজ্ঞাপন দিনটোৰ কি সময়ত দেখুওৱা হৈছিল।" "এপে পৰামৰ্শ দিয়া বিজ্ঞাপন আৰু বিজ্ঞাপনৰ জোখ-মাখৰ বিষয়ে অধিক তথ্য" "এপে পৰামৰ্শ দিয়া বিজ্ঞাপন" "•  কি ডেটা ব্যৱহাৰ কৰা হয়" "এই ডিভাইচটোত ব্যৱহাৰ কৰা এটা এপত আপোনাৰ কাৰ্যকলাপ।" "•  এপ্‌সমূহে এই ডেটা কেনেকৈ ব্যৱহাৰ কৰে" "এপ্‌সমূহ আপোনাৰ প্ৰিয় বস্তুবোৰৰ বিষয়ে তথ্য Androidৰ জৰিয়তে ষ্ট’ৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি মাৰাথান দৌৰৰ প্ৰশিক্ষণ সম্পৰ্কীয় কোনো এপ্‌ ব্যৱহাৰ কৰে, তেন্তে এপ্‌টোৱে আপোনাৰ দৌৰোঁতে পিন্ধা জোতাত আগ্ৰহ আছে বুলি সিদ্ধান্ত ল’ব পাৰে। পাছত, আপুনি যদি অন্য কোনো এপ্‌ ব্যৱহাৰ কৰে, সেই এপ্‌টোৱে প্ৰথমটো এপে পৰামৰ্শ আগবঢ়োৱা দৌৰোঁতে পিন্ধা জোতাৰ বিজ্ঞাপন দেখুৱাব পাৰে।" "•  আপুনি নিজৰ ডেটা কেনেকৈ পৰিচালনা কৰিব পাৰে" "Androidএ নিয়মীয়াকৈ এপে পৰামৰ্শ দিয়া ডেটা স্বয়ংক্ৰিয়ভাৱে মচে। আপুনি পুনৰ ব্যৱহাৰ কৰা কোনো এপ্‌ সূচীখনত পুনৰ ওলাব পাৰে।" "আপুনি লগতে কোনো এপে আপোনাক বিজ্ঞাপনৰ পৰামৰ্শ দিয়াৰ পৰা সেইটোক অৱৰোধ কৰিব পাৰে, বিজ্ঞাপনৰ পৰামৰ্শৰ লগত জড়িত আটাইবোৰ ডেটা ৰিছেট কৰিব পাৰে অথবা যিকোনো সময়তে গোপনীয়তাৰ ছেটিঙলৈ গৈ এপে পৰামৰ্শ দিয়া বিজ্ঞাপনৰ সুবিধাটো অফ কৰিব পাৰে।" "আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহে Androidৰ পৰা এনে তথ্য বিচাৰিব পাৰে যিয়ে সেইবিলাকক সেইবিলাকৰ বিজ্ঞাপনৰ পাৰদৰ্শিতাৰ জোখ-মাখ কৰাত সহায় কৰে। Androidএ এটা এপে অন্য এটা এপৰ সৈতে শ্বেয়াৰ কৰিব পৰা তথ্য সীমিত কৰি আপোনাৰ গোপনীয়তাক সুৰক্ষা দিয়ে।" "এতিয়া বিজ্ঞাপনৰ গোপনীয়তাৰ নতুন সুবিধা উপলব্ধ" "আপোনাৰ পৰিচয় সুৰক্ষিত ৰাখি আপুনি দেখা পোৱা বিজ্ঞাপনৰ বিষয়ে অধিক বিকল্প লাভ কৰক" "এতিয়া বিজ্ঞাপনৰ গোপনীয়তাৰ নতুন সুবিধা উপলব্ধ" "এপ্‌সমূহে আপোনাক ব্যক্তিগতকৃত বিজ্ঞাপন দেখুৱালে সেইসমূহে আপোনাৰ বিষয়ে কি জানিব পাৰে সেয়া সীমিত কৰাৰ বাবে Androidএ নতুন পদ্ধতি লঞ্চ কৰিছে।" "•  এপে পৰামৰ্শ দিয়া বিজ্ঞাপনৰ জৰিয়তে, নতুন গোপনীয়তা সম্পৰ্কীয় সুবিধাসমূহে আপোনাৰ পৰিচয় আৰু আপোনাৰ এপ্‌ ব্যৱহাৰৰ বিষয়ে তথ্য সুৰক্ষিত কৰাত সহায় কৰাৰ লগতে আপোনাক প্ৰাসংগিক বিজ্ঞাপন দেখুৱাবলৈ এপ্‌সমূহক সুবিধা প্ৰদান কৰে। আপোনাৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি আপুনি ব্যৱহাৰ কৰা এটা এপে অন্য এপ্‌সমূহত প্ৰাসংগিক বিজ্ঞাপনৰ পৰামৰ্শ দিব পাৰে। আপুনি এপ্‌সমূহৰ সূচী চাব পাৰে আৰু গোপনীয়তাৰ ছেটিঙলৈ গৈ সেইসমূহক পৰামৰ্শ দিয়াৰ পৰা অৱৰোধ কৰিব পাৰে।" "•  বিজ্ঞাপনৰ জোখ-মাখৰ ক্ষেত্ৰত, এপ্‌সমূহৰ মাজত সেইবিলাকে দেখুওৱা বিজ্ঞাপনৰ পাৰদৰ্শিতাৰ বুজ ল’বলৈ সীমিত ধৰণৰ ডেটা শ্বেয়াৰ কৰা হয়, যেনে- আপোনাক কোনো বিজ্ঞাপন দিনটোৰ কি সময়ত দেখুওৱা হৈছিল।" "এই ডিভাইচটোৰ কোনো এপত আপুনি কৰা কাৰ্যকলাপ বিজ্ঞাপনৰ পৰামৰ্শ দিবলৈ ব্যৱহাৰ কৰিব পাৰি।" "বিজ্ঞাপনৰ গোপনীয়তাৰ অন্য এটা সুবিধা অন কৰক" "Androidএ লগতে এটা নতুন গোপনীয়তা সম্পৰ্কীয় সুবিধা আগবঢ়ায়, যিটোৱে আপুনি দেখা বিজ্ঞাপনৰ বিষয়ে আপোনাক অধিক বিকল্প প্ৰদান কৰে।" "বিজ্ঞাপনৰ বিষয়বস্তুৱে এপ্‌সমূহক আপোনাৰ পৰিচয় আৰু আপোনাৰ এপ্‌ ব্যৱহাৰৰ বিষয়ে তথ্য সুৰক্ষিত ৰাখি আপোনাক প্ৰাসংগিক বিজ্ঞাপন দেখুওৱাত সহায় কৰে। আপুনি শেহতীয়াকৈ ব্যৱহাৰ কৰা এপৰ ওপৰত ভিত্তি কৰি Androidএ আগ্ৰহৰ বিষয়বস্তুৰ লক্ষ্য ৰাখিব পাৰে। পাছত, আপুনি ব্যৱহাৰ কৰা কোনো এপে আপোনাক অধিক প্ৰাসংগিক বিজ্ঞাপন দেখুৱাবলৈ Androidক প্ৰাসংগিক বিষয়বস্তুবোৰ বিচাৰিব পাৰে।" "আপুনি আপোনাৰ ডিভাইচৰ গোপনীয়তাৰ ছেটিঙত বিজ্ঞাপনৰ বিষয়বস্তু চাব পাৰে আৰু আপুনি এপ্‌সমূহৰ সৈতে শ্বেয়াৰ কৰিবলৈ নিবিচৰাসমূহ অৱৰোধ কৰিব পাৰে। Androidএ নিয়মীয়াকৈ বিজ্ঞাপনৰ বিষয়বস্তু স্বয়ংক্ৰিয়ভাৱেও মচে।" "এইটো অন কৰক" "এতিয়া বিজ্ঞাপনৰ গোপনীয়তাৰ নতুন সুবিধা উপলব্ধ" "আপোনাৰ পৰিচয় সুৰক্ষিত ৰাখি আপুনি দেখা পোৱা বিজ্ঞাপনৰ বিষয়ে এতিয়া অধিক বিকল্প লাভ কৰাৰ সুবিধা আছে" "এতিয়া বিজ্ঞাপনৰ গোপনীয়তাৰ নতুন সুবিধা উপলব্ধ" "Androidএ এতিয়া এটা নতুন গোপনীয়তা সম্পৰ্কীয় সুবিধা আগবঢ়ায়, যিটোৱে আপুনি দেখা বিজ্ঞাপনৰ বিষয়ে আপোনাক অধিক বিকল্প প্ৰদান কৰে।" "পৰৱৰ্তী" "প্ৰাইভেচি ছেণ্ডবক্স" "Androidৰ বিজ্ঞাপনৰ গোপনীয়তাৰ বিটাত অংশগ্ৰহণকাৰী" "প্ৰাইভেচি ছেণ্ডবক্স" "Androidএ অনুমান কৰা আগ্ৰহ" "আগ্ৰহ অনুমান কৰা এপ্" "বিজ্ঞাপনৰ জোখ-মাখ" "এপে নিজৰ বিজ্ঞাপনৰ ফলপ্ৰসূতা জুখিবলৈ প্ৰাইভেচি ছেণ্ডবক্স ব্যৱহাৰ কৰিব পাৰে। এনে কৰিবলৈ, বিজ্ঞাপকে আপুনি তেওঁৰ বিজ্ঞাপন আৰু এপৰ সৈতে কৰা ভাব-বিনিময়ৰ বিষয়ে Androidৰ জৰিয়তে অস্থায়ীভাৱে ডেটা ছেভ কৰিব পাৰে। তেওঁ ছেভ কৰিব পৰা ডেটাৰ পৰিমাণ প্ৰতিবন্ধিত আৰু সেয়া নিয়মীয়াকৈ মচা হ’ব।\n\nআপুনি প্ৰাইভেচি ছেণ্ডবক্স অফ কৰি এই ডেটাখিনি যিকোনো সময়তে মচিব পাৰে।" "Androidএ আপুনি ব্যৱহাৰ কৰা এপৰ ভিত্তিত সময়ে সময়ে আপোনাৰ শীৰ্ষ আগ্ৰহসমূহ অনুমান কৰে। এপে আপোনাক অধিক প্ৰাসংগিক বিজ্ঞাপন দেখুৱাবলৈ Androidক সেই আগ্ৰহসমূহ ব্যৱহাৰ কৰিবলৈ বিচাৰিব পাৰে।\n\nযদি আপুনি কোনো আগ্ৰহ অৱৰোধ কৰে, আপুনি ইয়াক অৱৰোধৰ পৰা আঁতৰাই নিদিয়ালৈকে সূচীখনত যোগ দিয়া নহ’ব। আপুনি তথাপি কিছুমান প্ৰাসংগিক বিজ্ঞাপন দেখা পাব পাৰে।" "অৱৰোধ কৰক" "আনব্লক কৰক" "আপুনি অৱৰোধ কৰা আগ্ৰহ" "আটাইবোৰ আগ্ৰহ ৰিছেট কৰক" "এই মুহূৰ্তত দেখুৱাবলৈ কোনো আগ্ৰহ নাই।" "এই মুহূৰ্তত দেখুৱাবলৈ কোনো বিষয়বস্তু নাই।\n""বিজ্ঞাপনৰ বিষয়বস্তু""ৰ বিষয়ে অধিক জানক" "প্ৰাইভেচি ছেণ্ডবক্স" "Androidৰ বিজ্ঞাপনৰ গোপনীয়তা বিটাই নতুন সুবিধাসমূহ দিয়ে, যিসমূহ সুবিধা এপে আপোনাক আপুনি পচন্দ কৰিব পৰা ধৰণৰ বিজ্ঞাপন দেখুৱাবলৈ ব্যৱহাৰ কৰিব পাৰে। এই প্ৰযুক্তিসমূহে ডিভাইচ চিনাক্তকাৰী ব্যৱহাৰ নকৰে।\n\nAndroidএ আপুনি আগ্ৰহী হ’ব পৰা ধৰণৰ বিজ্ঞাপন অনুমান কৰিব পাৰে আৰু আপোনাৰ ডিভাইচত অস্থায়ীভাৱে আগ্ৰহসমূহ ছেভ কৰিব পাৰে। এইটোৱে সমগ্ৰ ৱেবছাইট আৰু অন্য বিকাশকৰ্তাৰ এপত আপোনাৰ কাৰ্যকলাপ ট্ৰেক নকৰাকৈয়ে আপোনাৰ বাবে প্ৰাসংগিক বিজ্ঞাপন দেখুৱাবলৈ এপক অনুমতি দিয়ে।" "আপোনাৰ ওচৰত অৱৰোধ কৰি থোৱা কোনো আগ্ৰহ নাই" "কোনো অৱৰোধ কৰা বিষয়বস্তু নাই" "অৱৰোধ কৰা বিষয়বস্তু চাওক" "আগ্ৰহসমূহ ৰিছেট কৰা হৈছে" "বিষয়বস্তু ৰিছেট কৰা হৈছে" "এপে আপোনাৰ আগ্ৰহসমূহ অনুমান কৰিব আৰু সেইবোৰ Androidৰ জৰিয়তে অস্থায়ীভাৱে ছেভ কৰিব পাৰে। পাছত, অন্য এটা এপে এই আগ্ৰহসমূহৰ ভিত্তিত আপোনাক কোনো বিজ্ঞাপন দেখুৱাব পাৰে।\n\nযদি আপুনি কোনো এপ্ অৱৰোধ কৰে, সেইটোৱে আৰু কোনো আগ্ৰহ অনুমান কৰিব নোৱাৰিব। আপুনি ইয়াক অৱৰোধৰ পৰা আঁতৰাই নিদিয়ালৈকে ইয়াক এপৰ এই সূচীখনত যোগ দিয়া নহ’ব। এপ্‌টোৱে ইতিমধ্যে অনুমান কৰা আগ্ৰহসমূহ মচি পেলোৱা হ’ব, কিন্তু আপুনি তথাপি কিছুমান প্ৰাসংগিক বিজ্ঞাপন দেখিব পাৰে।" "আপুনি অৱৰোধ কৰা এপ্‌সমূহ" "অৱৰোধ কৰা এপ্‌ চাওক" "এপে অনুমান কৰা আগ্ৰহ ৰিছেট কৰক" "এই মুহূৰ্তত আপোনাৰ বাবে কোনো এপে আগ্ৰহ সৃষ্টি কৰা নাই" "এই মুহূৰ্তত দেখুৱাবলৈ কোনো এপ্‌ নাই। \n""এপে পৰামৰ্শ দিয়া বিজ্ঞাপন""ৰ বিষয়ে অধিক জানক" "প্ৰাইভেচি ছেণ্ডবক্স" "Androidৰ বিজ্ঞাপনৰ গোপনীয়তা বিটাই নতুন সুবিধাসমূহ দিয়ে, যিসমূহ সুবিধা এপে আপোনাক আপুনি পচন্দ কৰিব পৰা ধৰণৰ বিজ্ঞাপন দেখুৱাবলৈ ব্যৱহাৰ কৰিব পাৰে। এই প্ৰযুক্তিসমূহে ডিভাইচ চিনাক্তকাৰী ব্যৱহাৰ নকৰে।\n\nএপে আপুনি আগ্ৰহী হ’ব পৰা ধৰণৰ বিজ্ঞাপন অনুমান কৰিব পাৰে আৰু আপোনাৰ ডিভাইচত অস্থায়ীভাৱে আগ্ৰহসমূহ ছেভ কৰিব পাৰে। এইটোৱে সমগ্ৰ ৱেবছাইট আৰু অন্য বিকাশকৰ্তাৰ এপত আপোনাৰ কাৰ্যকলাপ ট্ৰেক নকৰাকৈয়ে আপোনাৰ বাবে প্ৰাসংগিক বিজ্ঞাপন দেখুৱাবলৈ এপক অনুমতি দিয়ে।" "আপোনাৰ ওচৰত কোনো অৱৰোধিত এপ্ নাই" "কোনো অৱৰোধ কৰা এপ্‌ নাই" "বিজ্ঞাপনৰ জোখ-মাখ কৰাৰ অনুমতি দিয়ক" "এপ্‌সমূহ আৰু বিজ্ঞাপনদাতাসকলে Androidৰ পৰা এনে তথ্য বিচাৰি অনুৰোধ কৰিব পাৰে, যিয়ে এপ্‌সমূহক সেইবিলাকৰ আৰু বিজ্ঞাপনদাতাসকলক তেওঁলোকৰ বিজ্ঞাপনৰ পাৰদৰ্শিতাৰ জোখ-মাখ কৰাত সহায় কৰে।\n\nবিজ্ঞাপনৰ জোখ-মাখৰ ডেটা আপোনাৰ ডিভাইচৰ পৰা নিয়মিতভাৱে মচি পেলোৱা হয়।" "জোখ-মাখৰ ডেটা ৰিছেট কৰক" "Androidএ এটা এপে অন্য এটা এপৰ সৈতে শ্বেয়াৰ কৰিব পৰা তথ্য সীমিত কৰি আপোনাৰ গোপনীয়তাক সুৰক্ষা দিয়ে। ৰিপ’ৰ্টসমূহ আপোনাৰ পৰিচয় সুৰক্ষিত কৰিবলৈ পলমকৈ পঠিওৱা হয়।\n\nআপোনাৰ ব্ৰাউজাৰটোত একেধৰণৰ এটা ছেটিং থাকিব পাৰে। যদি Android আৰু আপোনাৰ ব্ৰাউজাৰ দুয়োটাতে বিজ্ঞাপনৰ জোখ-মাখ অন কৰা হয়, তেন্তে কোনো কোম্পানীয়ে আপুনি ব্যৱহাৰ কৰা এপ্‌ আৰু আপুনি চোৱা ছাইটৰ মাজত বিজ্ঞাপনৰ ফলপ্ৰসূতা জোখ-মাখ কৰিবলৈ সক্ষম হ’ব পাৰে। আপোনাৰ ব্ৰাউজিঙৰ ইতিহাস আপোনাৰ ডিভাইচত গোপনে ৰখা হয়।\n\n""আমাৰ গোপনীয়তাৰ নীতি""ত Androidএ আপোনাৰ ডেটা কেনেকৈ সুৰক্ষিত কৰে সেই বিষয়ে অধিক জানক।" "বিজ্ঞাপনৰ জোখ-মাখৰ ডেটা ৰিছেট কৰা হৈছে" "বাতিল কৰক" "প্ৰাইভেচি ছেণ্ডবক্স অফ কৰিবনে?" "আপুনি যদি নিজৰ সিদ্ধান্ত সলনি কৰে অথবা Androidৰ বিজ্ঞাপনৰ গোপনীয়তা বিটাৰ বিষয়ে অধিক জানিবলৈ বিচাৰে, আপোনাৰ গোপনীয়তাৰ ছেটিঙলৈ যাওক" "অফ কৰক" "%1$s অৱৰোধ কৰিবনে?" "এই বিষয়বস্তুটো অৱৰোধ কৰা হ’ব আৰু আপুনি ইয়াক পুনৰ যোগ নিদিয়া পৰ্যন্ত এইটো আপোনাৰ সূচীত পুনৰ যোগ দিয়া নহ’ব। আপুনি তথাপি কিছুমান প্ৰাসংগিক বিজ্ঞাপন দেখা পাব পাৰে।" "অৱৰোধ কৰক" "%1$sক অৱৰোধৰ পৰা আঁতৰোৱা হ’ল" "Androidএ আপোনাৰ সূচীখনত এই বিষয়বস্তুটো পুনৰ যোগ দিব পাৰে, কিন্তু সেইটো তৎক্ষণাৎ প্ৰদৰ্শিত নহ’ব পাৰে" "ঠিক আছে" "আটাইবোৰ বিজ্ঞাপনৰ বিষয়বস্তু ৰিছেট কৰিবনে?" "আপোনাৰ সূচীখন মচা হ’ব আৰু এতিয়াৰ পৰা নতুন বিষয়বস্তু যোগ দিয়া হ’ব। আপুনি তথাপি আপুনি ৰিছেট কৰা বিষয়বস্তুৰ প্ৰাসংগিক কিছুমান বিজ্ঞাপন দেখা পাব পাৰে।" "ৰিছেট কৰক" "%1$s অৱৰোধ কৰিবনে?" "এই এপ্‌টোৱে বিজ্ঞাপনৰ পৰামৰ্শ নিদিয়ে আৰু আপুনি ইয়াক অৱৰোধৰ পৰা আঁতৰাই নিদিয়ালৈকে ইয়াক আপোনাৰ সূচীখনত পুনৰ যোগ দিয়া নহ’ব। আপুনি তথাপি কিছুমান প্ৰাসংগিক বিজ্ঞাপন দেখা পাব পাৰে।" "%1$sক অৱৰোধৰ পৰা আঁতৰোৱা হ’ল" "এই এপ্‌টোৱে আপোনাৰ বাবে পুনৰ বিজ্ঞাপনৰ পৰামৰ্শ দিব পাৰে, কিন্তু সেয়া আপোনাৰ সূচীখনত তৎক্ষণাৎ প্ৰদৰ্শিত নহ’ব পাৰে। আপুনি প্ৰাসংগিক বিজ্ঞাপনসমূহ দেখা পাবলৈ কিছু সময় লাগিব পাৰে।" "এপে পৰামৰ্শ দিয়া বিজ্ঞাপন ৰিছেট কৰিবনে?" "আপোনাৰ সূচীত থকা এপ্‌সমূহৰ পৰা বিজ্ঞাপন পৰামৰ্শৰ লগত জড়িত ডেটা মচা হ’ব আৰু এপ্‌সমূহে ভৱিষ্যতে নতুন বিজ্ঞাপনৰ পৰামৰ্শ দিব। আপুনি তথাপি কিছুমান প্ৰাসংগিক বিজ্ঞাপন দেখা পাব পাৰে।" "এপৰ ডেটা ৰিছেট কৰা হৈছে" "বিজ্ঞাপনৰ বিষয়বস্তু অন আছে" "Androidএ আগ্ৰহৰ বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰম্ভ কৰিব, কিন্তু আপোনাৰ প্ৰথম বিষয়বস্তুটো দেখা পাবলৈ কিছু সময় লাগিব পাৰে।" "বিজ্ঞাপনৰ বিষয়বস্তু অফ কৰিবনে?" "বিষয়বস্তুৰ এই সূচীখন মচি পেলোৱা হ’ব। Androidএ আৰু আগ্ৰহৰ বিষয়বস্তুৰ প্ৰতি লক্ষ্য নাৰাখিব, কিন্তু আপুনি তথাপি প্ৰাসংগিক বিজ্ঞাপন দেখা পাব পাৰে।" "এপে পৰামৰ্শ দিয়া বিজ্ঞাপন অন আছে" "এপ্‌সমূহে বিজ্ঞাপনৰ পৰামৰ্শ আগবঢ়াবলৈ আৰম্ভ কৰিব পাৰে। এপ্‌সমূহে বিজ্ঞাপনৰ পৰামৰ্শ আগবঢ়াবলৈ আৰম্ভ কৰিলে আপুনি সেইবিলাকৰ এখন সূচী দেখা পাব।" "এপে পৰামৰ্শ দিয়া বিজ্ঞাপন অফ কৰিবনে?" "আটাইবোৰ বিজ্ঞাপনৰ পৰামৰ্শৰ ডেটা মচা হ’ব। এপ্‌সমূহে আৰু বিজ্ঞাপনৰ পৰামৰ্শ দিব নোৱাৰিব, কিন্তু আপুনি তথাপি প্ৰাসংগিক বিজ্ঞাপন দেখা পাব পাৰে।" "বিজ্ঞাপনৰ জোখ-মাখ অন আছে" "এপ্‌সমূহক নিজৰ বিজ্ঞাপনৰ পাৰদৰ্শিতা জোখ-মাখ কৰাত সহায় কৰিবলৈ Androidএ সেইবিলাকৰ সৈতে অতি সীমিত তথ্য শ্বেয়াৰ কৰিব পাৰে।" "বিজ্ঞাপনৰ জোখ-মাখ অফ কৰিবনে?" "আটাইবোৰ বিবেচনাধীন বিজ্ঞাপনৰ জোখ-মাখৰ ৰিপ’ৰ্ট মচি পেলোৱা হ’ব আৰু কোনো নতুন ৰিপ’ৰ্ট সৃষ্টি অথবা শ্বেয়াৰ কৰা নহ’ব।" "বিজ্ঞাপনৰ গোপনীয়তা" "বিজ্ঞাপনৰ বিষয়বস্তু" "এপে পৰামৰ্শ দিয়া বিজ্ঞাপন" "আপুনি শেহতীয়াকৈ ব্যৱহাৰ কৰা এপ্‌সমূহ আৰু আপুনি সেইবোৰ কিমান সঘনাই ব্যৱহাৰ কৰে তাৰ ওপৰত ভিত্তি কৰি Androidএ আগ্ৰহৰ বিষয়বস্তুৰ লক্ষ্য় ৰাখে।" "আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহেও আপুনি সেইবিলাক কেনেকৈ ব্যৱহাৰ কৰে তাৰ ওপৰত ভিত্তি কৰি আপুনি কি ভাল পায় সেইটো নিৰ্ধাৰণ কৰিব পাৰে।" "আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহে দেখুওৱা বিজ্ঞাপনৰ পাৰদৰ্শিতাৰ জোখ-মাখ কৰাত সহায় কৰিবলৈ সেইসমূহে Androidৰ পৰা তথ্য বিচাৰিব পাৰে। Androidএ এপ্‌সমূহক সীমিত ধৰণৰ ডেটা সংগ্ৰহ কৰিবলৈ দিয়ে।" "Androidত বিজ্ঞাপনৰ গোপনীয়তা""ৰ বিষয়ে অধিক জানক" "অন আছে / %1$d টা বিষয়বস্তু" "{count,plural, =1{অন আছে / # টা বিষয়বস্তু}one{অন আছে / # টা বিষয়বস্তু}other{অন আছে / # টা বিষয়বস্তু}}" "অন আছে / %1$d টা এপ্‌" "{count,plural, =1{অন আছে / # টা এপ্}one{অন আছে / # টা এপ্}other{অন আছে / # টা এপ্}}" "অন আছে" "অফ আছে" "আগ্ৰহৰ বিষয়বস্তু আপুনি শেহতীয়াকৈ ব্যৱহাৰ কৰা এপ্‌সমূহৰ ওপৰত আধাৰিত আৰু সেইবোৰ এপ্‌সমূহে আপোনাক ব্যক্তিগতকৃত বিজ্ঞাপন দেখুৱাবলৈ ব্যৱহাৰ কৰে।\n\nআপুনি এপ্‌সমূহৰ সৈতে শ্বেয়াৰ কৰিবলৈ নিবিচৰা বিষয়বস্তু অৱৰোধ কৰিব পাৰে। Androidএ লগতে বিষয়বস্তু নিয়মীয়াকৈ স্বয়ংক্ৰিয়ভাৱে মচে।\n\nএই সুবিধাটো অন কৰিব পাৰি যদিও এইটো সম্পূৰ্ণৰূপে উপলব্ধ নোহোৱালৈকে আৰু এপ্‌সমূহে ইয়াক ব্যৱহাৰ কৰিবলৈ আৰম্ভ নকৰালৈকে আপুনি বিষয়বস্তুৰ কোনো সূচী দেখা নাপাব পাৰে।" "বিজ্ঞাপনৰ বিষয়বস্তুৰ অনুমতি দিয়ক" "আপুনি অৱৰোধ কৰা বিজ্ঞাপনৰ বিষয়বস্তু" "আটাইবোৰ বিজ্ঞাপনৰ বিষয়বস্তু ৰিছেট কৰক" "আপুনি বিগত কেইসপ্তাহমানত ব্যৱহাৰ কৰা এপ্‌সমূহৰ আধাৰত Androidএ আগ্ৰহৰ বিষয়বস্তুৰ লক্ষ্য ৰাখে।\n\nপাছত, আপুনি ব্যৱহাৰ কৰা এটা এপে আপুনি দেখা পোৱা বিজ্ঞাপন ব্যক্তিগতকৰণ কৰিবলৈ Androidক আপোনাৰ বিষয়বস্তুবোৰ বিচাৰিব পাৰে। Androidএ আপোনাৰ পৰিচয় আৰু আপুনি এপ্ ব্যৱহাৰ কৰাৰ তথ্য সুৰক্ষিত কৰি ৩ টা পৰ্যন্ত বিষয়বস্তু শ্বেয়াৰ কৰে।\n\nAndroidএ নিয়মীয়াকৈ বিষয়বস্তুবোৰ স্বয়ংক্ৰিয়ভাৱে মচে। আপুনি কোনো এপ্‌ ব্যৱহাৰ কৰি থাকিলে, সূচীখনত কোনো বিষয়বস্তু পুনৰ প্ৰদৰ্শিত হ’ব পাৰে। অথবা আপুনি Androidএ কোনো এপৰ সৈতে শ্বেয়াৰ কৰিবলৈ দিব নিবিচৰা বিষয়বস্তু অৱৰোধ কৰিব পাৰে।\n\nআপোনাৰ এপ্‌সমূহত, এইটো ছেটিং, এপৰ পৰামৰ্শ আগবঢ়োৱা বিজ্ঞাপনৰ ছেটিং, আপোনাৰ বিজ্ঞাপনৰ আইডিৰ ছেটিং আৰু আপুনি ব্যৱহাৰ কৰি থকা এপ্‌টোৱে ব্যক্তিগতকৃত বিজ্ঞাপন কৰেনে নকৰে এইবোৰৰ আধাৰত কোনো বিজ্ঞাপন ব্যক্তিগতকৰণ কৰা হ’ব পাৰে।" "এপে পৰামৰ্শ দিয়া বিজ্ঞাপনৰ অনুমতি দিয়ক" "আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহে আপুনি কি ভাল পায় সেইটো নিৰ্ধাৰণ কৰিব পাৰে আৰু তাৰ পাছত অন্য এপত বিজ্ঞাপনৰ পৰামৰ্শ দিব পাৰে।\n\nআপুনি এপ্‌সমূহক আপোনাক পৰামৰ্শ দিয়াৰ পৰা অৱৰোধ কৰিব পাৰে। Androidএ লগতে এপে পৰামৰ্শ দিয়া ডেটা নিয়মীয়াকৈ স্বয়ংক্ৰিয়ভাৱে মচে।\n\nএই সুবিধাটো অন কৰিব পাৰি যদিও এইটো সম্পূৰ্ণৰূপে উপলব্ধ নোহোৱালৈকে আৰু এপ্‌সমূহে ইয়াক ব্যৱহাৰ কৰিবলৈ আৰম্ভ নকৰালৈকে আপুনি এপ্‌সমূহৰ কোনো সূচী দেখা নাপাব পাৰে।" "আপুনি অৱৰোধ কৰা এপ্‌" "এপে পৰামৰ্শ দিয়া ডেটা ৰিছেট কৰক" "আপোনাৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহে আপুনি আগ্ৰহ দেখুওৱা বস্তুৰ বিষয়ে মনত ৰখাটো সাধাৰণ কথা। এপ্‌সমূহে আপোনাৰ বিষয়বস্তু সম্পৰ্কে Androidৰ সহায়ত তথ্য ষ্ট’ৰো কৰিব পাৰে।\n\nউদাহৰণস্বৰূপে, আপুনি যদি মাৰাথন প্ৰশিক্ষণৰ সৈতে জড়িত কোনো এপ্‌ ব্যৱহাৰ কৰে, এপ্‌টোৱে সিদ্ধান্ত ল’ব পাৰে যে আপুনি দৌৰোঁতে পিন্ধা জোতাৰ প্ৰতি আগ্ৰহী হ’ব পাৰে। পাছত, আপুনি যদি অন্য কোনো এপ্‌ ব্যৱহাৰ কৰে, সেই এপ্‌টোৱে আপোনাক প্ৰথমটো এপে পৰামৰ্শ আগবঢ়োৱা দৌৰোঁতে পিন্ধা জোতাৰ বিজ্ঞাপন দেখুৱাব পাৰে।\n\nএপে পৰামৰ্শ হিচাপে আগবঢ়োৱা ডেটা Androidএ নিয়মীয়াকৈ স্বয়ংক্ৰিয়ভাৱে মচে। আপুনি পুনৰ ব্যৱহাৰ কৰিব পৰা কোনো এপ্‌ সূচীখনত পুনৰ ওলাব পাৰে। অথবা আপুনি কোনো এপক আপোনাৰ বাবে বিজ্ঞাপনৰ পৰামৰ্শ আগবঢ়োৱাৰ ক্ষেত্ৰত বাধা দিব পাৰে।\n\nআপোনাৰ এপ্‌সমূহত আপুনি দেখা কোনো বিজ্ঞাপন এইটো ছেটিং, বিজ্ঞাপনৰ বিষয়বস্তুৰ ছেটিং, আপোনাৰ বিজ্ঞাপন IDৰ ছেটিং আৰু আপুনি ব্যৱহাৰ কৰি থকা এপ্‌টোৱে বিজ্ঞাপন ব্যক্তিগতকৰণ কৰেনে নকৰে তাৰ ওপৰত ভিত্তি কৰি ব্যক্তিগতকৰণ কৰা হ’ব পাৰে।" "এতিয়া বিজ্ঞাপনৰ গোপনীয়তাৰ নতুন সুবিধা উপলব্ধ" "বিজ্ঞাপনৰ পাৰদৰ্শিতা জোখ-মাখ কৰাত সহায় কৰিবলৈ এপ্‌সমূহৰ মাজত অতি সীমিত তথ্য শ্বেয়াৰ কৰা হয়" "আমি বিজ্ঞাপনৰ জোখ-মাখ নামৰ এটা নতুন বিজ্ঞাপনৰ গোপনীয়তা সম্পৰ্কীয় সুবিধা লঞ্চ কৰিবলৈ লৈছোঁ। Androidএ বিজ্ঞাপনৰ পাৰদৰ্শিতা জোখ-মাখ কৰাত সহায় কৰিবলৈ এপ্‌সমূহৰ মাজত অতি সীমিত তথ্য শ্বেয়াৰ কৰে, যেনে, আপোনাক বিজ্ঞাপনটো দেখুওৱা হৈছিল।" "আপুনি বিজ্ঞাপনৰ গোপনীয়তাৰ ছেটিঙত সালসলনি কৰিব পাৰে।" "আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহে দেখুওৱা বিজ্ঞাপনৰ পাৰদৰ্শিতাৰ জোখ-মাখ কৰাত সহায় কৰিবলৈ সেইসমূহে Androidৰ পৰা তথ্য বিচাৰিব পাৰে। Androidএ এপ্‌সমূহক কেৱল সীমিত ধৰণৰ ডেটা সংগ্ৰহ কৰিবলৈ দিয়ে।" "বিজ্ঞাপনৰ গোপনীয়তা সম্পৰ্কীয় নতুন সুবিধা" "আপোনাৰ পৰিচয় সুৰক্ষিত কৰাত সহায় কৰি আপুনি দেখা পোৱা বিজ্ঞাপনৰ বিষয়ে অধিক বিকল্প লাভ কৰক" "আপোনাৰ বিজ্ঞাপনৰ গোপনীয়তা সম্পৰ্কীয় সুবিধাত কৰা আপডে’ট" "আপোনাৰ পৰিচয় সুৰক্ষিত কৰাত সহায় কৰি আপুনি দেখা পোৱা বিজ্ঞাপনৰ বিষয়ে অধিক বিকল্প লাভ কৰক" "Androidএ বিজ্ঞাপনৰ গোপনীয়তা সম্পৰ্কীয় সুবিধা বিস্তাৰ কৰি আছে যাতে ই এপ্‌সমূহে আপোনাক ব্যক্তিগতকৃত বিজ্ঞাপন দেখুৱালে কোনবোৰ এপে আপোনাৰ বিষয়ে জানিব পাৰে সেয়া প্ৰতিবন্ধিত কৰিব পাৰে।" "এপ্‌ আৰু সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰসকলে বিজ্ঞাপন ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ পৰিচয় ব্যক্তিগত আৰু সুৰক্ষিত কৰি ৰাখিয়েই এই ডিভাইচটোত থকা আন সমগ্ৰ এপত আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে।" "এপে পৰামৰ্শ দিয়া বিজ্ঞাপনৰ বিষয়ে অধিক" "এপ্‌সমূহৰ মাজত সেইসমূহে দেখুওৱা বিজ্ঞাপনৰ পাৰদৰ্শিতা বুজিবলৈ সীমিত ধৰণৰ ডেটা শ্বেয়াৰ কৰা হয়, যেনে- আপোনাক কোনো বিজ্ঞাপন দিনটোৰ কি সময়ত দেখুওৱা হৈছিল।" "বিজ্ঞাপনৰ জোখ-মাখৰ বিষয়ে অধিক" "আপুনি শেহতীয়াকৈ ব্যৱহাৰ কৰা এপ্‌সমূহৰ আধাৰত Androidএ আগ্ৰহৰ বিষয়বস্তুৰ লক্ষ্য ৰাখে। লগতে, এপ্‌ আৰু সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰসকলে বিজ্ঞাপন ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ পৰিচয় ব্যক্তিগত আৰু সুৰক্ষিত কৰি ৰাখিয়েই এই ডিভাইচটোত থকা আন সমগ্ৰ এপত আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে।" "•  আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহে লগতে আপোনাৰ এপৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি আপুনি কি পচন্দ কৰে সেয়াও নিৰ্ধাৰণ কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি যদি ৰন্ধনৰ সৈতে জড়িত এপ্‌ নিয়মীয়াকৈ ব্যৱহাৰ কৰে, তেন্তে আপুনি অন্য এপত গেলামাল ডেলিভাৰ কৰা সেৱা বা সম্পৰ্কিত সমলৰ বিজ্ঞাপন দেখিব পাৰে।\n\nএপ্‌সমূহে এই তথ্যখিনি সুৰক্ষিতভাৱে ষ্ট’ৰ কৰিব পাৰে যাতে এয়া কেৱল সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰসকলে অন্য এপত বিজ্ঞাপন ব্যক্তিগতকৰণ কৰিবলৈহে ব্যৱহাৰ কৰিব পাৰে।" "পাছত, আপুনি ব্যৱহাৰ কৰা কোনো এপে এই তথ্যখিনি বিচাৰিব পাৰে – হয় আপোনাৰ বিজ্ঞাপনৰ বিষয়বস্তু, নহয় আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহে দিয়া বিজ্ঞাপনৰ পৰামৰ্শ।" "আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহে দেখুওৱা বিজ্ঞাপনৰ পাৰদৰ্শিতাৰ জোখ-মাখ কৰাত সহায় কৰিবলৈ সেইসমূহে Androidৰ পৰা তথ্য বিচাৰিব পাৰে। Androidএ এটা এপে অন্য এটা এপৰ সৈতে শ্বেয়াৰ কৰিব পৰা তথ্য সীমিত কৰি আপোনাৰ গোপনীয়তাক সুৰক্ষা দিয়াত সহায় কৰে।" "কি ডেটা ব্যৱহাৰ কৰা হয়?" "আপুনি ব্যৱহাৰ কৰা এপ্‌সমূহে Androidৰ পৰা এনে তথ্য বিচাৰিব পাৰে যিয়ে সেইসমূহক নিজৰ বিজ্ঞাপনৰ পাৰদৰ্শিতাৰ জোখ-মাখ কৰাত সহায় কৰে। Androidএ এটা এপে অন্য এটা এপৰ সৈতে শ্বেয়াৰ কৰিব পৰা তথ্য সীমিত কৰি আপোনাৰ গোপনীয়তাক সুৰক্ষা দিয়াত সহায় কৰে।" "মোৰ পৰিচয় কিদৰে সুৰক্ষিত কৰা হয়?" "Androidএ এপ্‌সমূহে ইটোৱে-সিটোৰ সৈতে শ্বেয়াৰ কৰিব পৰা তথ্য সীমিত কৰিবলৈ আৰু আপোনাৰ পৰিচয়ক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিবলৈ ডেটা একত্ৰিত কৰা আৰু ন’ইজিং কৰাৰ দৰে গোপনীয়তাৰ সৈতে সম্পৰ্কিত একাধিক ব্যৱস্থা গ্ৰহণ কৰে।\n\nবিজ্ঞাপনৰ জোখ-মাখ সম্পৰ্কীয় ডেটাও আপোনাৰ ডিভাইচৰ পৰা নিয়মীয়াকৈ মচা হয়।" "বিজ্ঞাপনৰ পৰামৰ্শ দিবলৈ আপোনাৰ এপৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰি।" "এপে কিদৰে এই ডেটা ব্যৱহাৰ কৰে?" "এপ্‌সমূহে এই তথ্যখিনি সুৰক্ষিতভাৱে ষ্ট’ৰ কৰিব পাৰে যাতে এয়া কেৱল সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰসকলে অন্য এপত বিজ্ঞাপন ব্যক্তিগতকৰণ কৰিবলৈহে ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি যদি ৰন্ধনৰ সৈতে জড়িত এপ্‌ নিয়মীয়াকৈ ব্যৱহাৰ কৰে, তেন্তে আপুনি অন্য এপত গেলামাল ডেলিভাৰ কৰা সেৱা বা সম্পৰ্কিত সমলৰ বিজ্ঞাপন দেখিব পাৰে।" "মই কিদৰে এই ডেটা পৰিচালনা কৰিব পাৰোঁ?" "আপুনি নিৰ্দিষ্ট কিছুমান এপে বিজ্ঞাপনৰ অংশীদাৰৰ সৈতে আপোনাৰ কাৰ্যকলাপ শ্বেয়াৰ কৰাটো অৱৰোধ কৰিব পাৰে। আপুনি লগতে যিকোনো সময়তে আপোনাৰ গোপনীয়তাৰ ছেটিঙলৈ গৈ এপে পৰামৰ্শ দিয়া বিজ্ঞাপন ৰিছেট বা অফ কৰিব পাৰে। Androidএ লগতে নিয়মীয়াকৈ এই ডেটা স্বয়ংক্ৰিয়ভাৱে মচে।" "Androidএ কিদৰে আপোনাৰ গোপনীয়তা সুৰক্ষিত কৰাত সহায় কৰে সেই বিষয়ে অধিক জানক" "এপ্‌ আৰু সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰসকলে বিজ্ঞাপন ব্যক্তিগতকৰণ কৰিবলৈ আপোনাৰ সৈতে সম্পৰ্কিত তথ্য ব্যক্তিগত আৰু সুৰক্ষিত কৰি ৰাখিয়েই এই ডিভাইচটোত থকা অন্য সকলো এপত আপোনাৰ কাৰ্যকলাপ ব্যৱহাৰ কৰিব পাৰে।\n\nউদাহৰণস্বৰূপে, আপুনি যদি ৰন্ধনৰ সৈতে জড়িত এপ্‌ নিয়মীয়াকৈ ব্যৱহাৰ কৰে, তেন্তে আপুনি অন্য এপত গেলামাল ডেলিভাৰ কৰা সেৱা বা তাৰ সৈতে সম্পৰ্কিত সমলৰ বিজ্ঞাপন দেখিব পাৰে।\n\nAndroidএ আপোনাৰ কাৰ্যকলাপ নিয়মীয়াকৈ স্বয়ংক্ৰিয়ভাৱে মচে, কিন্তু আপুনি লগতে এপ্‌সমূহে এই তথ্যখিনি সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰৰ সৈতে শ্বেয়াৰ কৰাটোও অৱৰোধ কৰিব পাৰে।\n\nএই সুবিধাটো অন কৰিব পাৰি যদিও এইটো সম্পূৰ্ণৰূপে উপলব্ধ নোহোৱালৈকে আৰু এপ্‌সমূহে ইয়াক ব্যৱহাৰ কৰিবলৈ আৰম্ভ নকৰালৈকে আপুনি কোনো সূচী দেখা নাপাব পাৰে।" "আপোনাৰ অভিজ্ঞতা ব্যক্তিগতকৰণ কৰিবলৈ এপ্‌সমূহে আৰু সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰসমূহে আপুনি আগ্ৰহ প্ৰকাশ কৰা বস্তুবোৰ সাধাৰণতে মনত ৰাখে। এপ্‌সমূহে এই তথ্যখিনি সুৰক্ষিতভাৱে ষ্ট’ৰ কৰিব পাৰে যাতে এয়া কেৱল সেইসমূহৰ বিজ্ঞাপনৰ অংশীদাৰসকলে অন্য এপত বিজ্ঞাপন দেখুৱাবলৈহে ব্যৱহাৰ কৰিব পাৰে।\n\nআপুনি কোনো এপে আপোনাৰ কাৰ্যকলাপ সম্পৰ্কীয় ডেটা বিজ্ঞাপনৰ অংশীদাৰসমূহৰ সৈতে শ্বেয়াৰ কৰাটো অৱৰোধ কৰিব পাৰে। Androidএ লগতে শ্বেয়াৰ কৰা কাৰ্যকলাপৰ ডেটা নিয়মীয়াকৈ স্বয়ংক্ৰিয়ভাৱে মচে, সেয়েহে আপুনি পুনৰ ব্যৱহাৰ কৰা কোনো এপ্‌ এই সূচীখনত পুনৰ ওলাব পাৰে।\n\nআপুনি দেখা কোনো বিজ্ঞাপন ব্যক্তিগতকৰণ কৰা হয়নে নহয় সেয়া বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে, যেনে - এইটো ছেটিং, বিজ্ঞাপনৰ বিষয়বস্তুৰ ছেটিং, আপোনাৰ বিজ্ঞাপন IDৰ ছেটিং আৰু আপুনি ব্যৱহাৰ কৰি থকা এপ্‌টোৱে বিজ্ঞাপন ব্যক্তিগতকৰণ কৰিছেনে নাই।\n\n""এপে পৰামৰ্শ দিয়া বিজ্ঞাপনৰ বিষয়ে অধিক জানক" "Androidএ এপ্‌সমূহে ইটোৱে-সিটোৰ সৈতে শ্বেয়াৰ কৰিব পৰা তথ্য সীমিত কৰিবলৈ আৰু আপোনাৰ পৰিচয়ক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিবলৈ ডেটা একত্ৰিত কৰা আৰু ন’ইজিং কৰাৰ দৰে গোপনীয়তাৰ সৈতে সম্পৰ্কিত একাধিক ব্যৱস্থা গ্ৰহণ কৰে।\n\nআপোনাৰ ব্ৰাউজাৰত একেধৰণৰ ছেটিং থাকিব পাৰে। যদি Android আৰু আপোনাৰ ব্ৰাউজাৰত বিজ্ঞাপনৰ জোখ-মাখ অন কৰা হয়, কোনো কোম্পানীয়ে আপুনি ব্যৱহাৰ কৰা এপ্‌ আৰু আপুনি চোৱা ছাইটৰ মাজত বিজ্ঞাপনৰ ফলপ্ৰসূতা জোখ-মাখ কৰিবলৈ সক্ষম হ’ব পাৰে। আপোনাৰ ব্ৰাউজিঙৰ ইতিহাস আপোনাৰ ডিভাইচত ব্যক্তিগত কৰি ৰখা হয়।\n\n""বিজ্ঞাপনৰ জোখ-মাখৰ বিষয়ে অধিক জানক" "আপুনি বিগত কেইসপ্তাহমানত ব্যৱহাৰ কৰা এপ্‌সমূহৰ আধাৰত Androidএ আগ্ৰহৰ বিষয়বস্তুৰ লক্ষ্য ৰাখে।\n\nপাছত, আপুনি ব্যৱহাৰ কৰা এটা এপে আপুনি দেখা পোৱা বিজ্ঞাপন ব্যক্তিগতকৰণ কৰিবলৈ Androidক আপোনাৰ বিষয়বস্তুবোৰ বিচাৰিব পাৰে। Androidএ আপোনাৰ পৰিচয় আৰু আপুনি এপ্ ব্যৱহাৰ কৰাৰ তথ্য সুৰক্ষিত কৰি ৩ টা পৰ্যন্ত বিষয়বস্তু শ্বেয়াৰ কৰে।\n\nAndroidএ নিয়মীয়াকৈ বিষয়বস্তুবোৰ স্বয়ংক্ৰিয়ভাৱে মচে। আপুনি কোনো এপ্‌ ব্যৱহাৰ কৰি থাকিলে, সূচীখনত কোনো বিষয়বস্তু পুনৰ প্ৰদৰ্শিত হ’ব পাৰে। বা আপুনি Androidএ কোনো এপৰ সৈতে শ্বেয়াৰ কৰিবলৈ দিব নিবিচৰা বিষয়বস্তু অৱৰোধ কৰিব পাৰে।\n\nআপুনি দেখা কোনো বিজ্ঞাপন ব্যক্তিগতকৰণ কৰা হয়নে নহয় সেয়া বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে, যেনে - এইটো ছেটিং, এপে পৰামৰ্শ দিয়া বিজ্ঞাপন, আপোনাৰ বিজ্ঞাপন IDৰ ছেটিং আৰু আপুনি ব্যৱহাৰ কৰি থকা এপ্‌টোৱে বিজ্ঞাপন ব্যক্তিগতকৰণ কৰিছেনে নাই।\n\n""বিজ্ঞাপনৰ বিষয়বস্তুৰ বিষয়ে অধিক জানক" "সংগীত, বাতৰি আৰু ক্ৰীড়াৰ দৰে আগ্ৰহৰ বিষয়সমূহ প্ৰতিনিধিত্ব কৰা চিহ্নবোৰৰ ৰঙীন চিত্ৰণ" "এটা বৃত্তৰ ভিতৰত থকা এটা তলাৰ ৰঙীন চিত্ৰণ" "এটা বৰ্গ গঠন কৰা নটা বিন্দুৰ সৰু ক’লা আৰু বগা চিত্ৰণ" "হৃদয়, ত্ৰিভূজ আৰু বৰ্গৰ দৰে সৰল আকৃতিবোৰৰ সৰু ক’লা আৰু বগা চিত্ৰণ" "কলা আৰু বিনোদন" "অভিনয় আৰু থিয়েটাৰ" "এনিমে’ আৰু মাংগা" "কাৰ্টুন" "কমিক" "সংগীতানুষ্ঠান আৰু সংগীতৰ উৎসৱ" "নৃত্য" "বিনোদন উদ্যোগ" "মনোৰঞ্জন আৰু ট্ৰিভিয়া" "আমোদজনক পৰীক্ষা আৰু একেবাৰে সাধাৰণ সমীক্ষা" "হাস্যৰস" "আমোদজনক চিত্ৰ আৰু ভিডিঅ’" "লাইভ হাস্য-ব্যংগ" "লাইভ ক্ৰীড়া অনুষ্ঠান" "যাদু" "চলচ্চিত্ৰৰ সূচী আৰু চিনেমা হলৰ দৰ্শনীৰ সময়" "চলচ্চিত্ৰ" "একশ্বন আৰু দুঃসাহসিক চিনেমা" "এনিমে’ট কৰা চিনেমা" "হাস্য-ব্যংগ চিনেমা" "কাল্ট আৰু ইণ্ডী চিনেমা" "তথ্যচিত্ৰমূলক চিনেমা" "নাটকীয় চিনেমা" "পাৰিবাৰিক চিনেমা" "ভৌতিক চিনেমা" "ৰোমাণ্টিক চিনেমা" "থ্ৰিলাৰ" "সংগীত আৰু ধ্বনি" "ব্লুজ" "শাস্ত্ৰীয় সংগীত" "কাণ্ট্ৰী সংগীত" "নৃত্য আৰু ইলেক্ট্ৰনিক সংগীত" "লোক আৰু পৰম্পৰাগত সংগীত" "জেজ" "সংগীতৰ ষ্ট্ৰীম আৰু ডাউনল’ডসমূহ" "সংগীত ভিডিঅ’" "বাদ্য যন্ত্ৰ" "পিয়ান’ আৰু কীব’ৰ্ড" "পপ সংগীত" "ৰেডিঅ’" "টক ৰেডিঅ’" "ৰেপ আৰু হিপ-হপ" "ৰক সংগীত" "ক্লাছিক ৰক আৰু পুৰণি গীত" "হাৰ্ড ৰক প্ৰগ্ৰেছিভ" "ইণ্ডী আৰু বৈকল্পিক সংগীত" "নমুনা আৰু ধ্বনিৰ লাইব্ৰেৰী" "ছ’ল আৰু R&B" "ছাউণ্ডট্ৰেক" "বিশ্ব সংগীত" "ৰেগে’ আৰু কেৰিবিয়ান সংগীত" "অনলাইন প্ৰতিচ্ছবিৰ গেলাৰী" "অনলাইন ভিডিঅ’" "লাইভ ভিডিঅ’ ষ্ট্ৰীমিং" "চলচ্চিত্ৰ আৰু টিভি ষ্ট্ৰীমিং" "অ’পেৰা" "টিভিৰ গাইড আৰু প্ৰসংগ" "টিভি নেটৱৰ্ক আৰু ষ্টেচন" "টিভি শ্ব’ আৰু প্ৰ’গ্ৰাম" "টিভিৰ হাস্য-ব্যংগৰ অনুষ্ঠান" "টভিৰ তথ্যচিত্ৰমূলক আৰু অকাল্পনিক অনুষ্ঠান" "টিভিৰ নাটক" "টিভিৰ ছ’প অ’পেৰা" "টিভিৰ পাৰিবাৰিক শ্ব’" "টিভিৰ ৰিয়েলিটী শ্ব’" "টিভিৰ কল্পবিজ্ঞান আৰু ফেণ্টাছী শ্ব’" "ভিজুৱেল আৰ্ট আৰু ডিজাইন" "ডিজাইন" "পেইণ্টিং" "ফট’গ্ৰাফিক আৰু ডিজিটেল আৰ্ট" "মটৰগাড়ী আৰু বাহন" "কাৰ্গ’ ট্ৰাক আৰু ট্ৰেইলাৰ" "ক্লাছিক বাহন" "কাষ্টমাইজ কৰা আৰু কাৰ্যক্ষম বাহন" "ইন্ধনৰ মূল্য আৰু বাহনৰ ইন্ধন" "মটৰগাড়ী (প্ৰকাৰ অনুসৰি)" "স্বয়ংক্ৰিয়ভাৱে চলা বাহন" "কনভাৰ্টিবল" "দুজনৰ আসন থকা বন্ধ গাড়ী" "হেচ্চবেক" "হাইব্ৰিড আৰু বৈকল্পিক বাহন" "বিলাসী বাহন" "মাইক্ৰ’কাৰ আৰু ছাবকম্পেক্ট" "মটৰচাইকেল" "ৰাস্তাৰ বাহিৰেও অন্য ঠাইত চলা বাহন" "পিকআপ ট্ৰাক" "স্কুটাৰ আৰু ম’পেড" "ছিডেন" "ষ্টেচন ৱেগন" "এছইউভি আৰু ক্ৰছঅ’ভাৰ" "ক্ৰছঅ’ভাৰ" "ভেন আৰু মিনিভেন" "ৰছী অথবা শিকলি লগাই টানি নিয়া আৰু পথত গাড়ী মেৰামতি সম্পৰ্কীয় সহায়" "বাহন আৰু যাতায়াত সুৰক্ষা" "বাহনৰ অংশ আৰু আনুষংগিক সামগ্ৰী" "বাহনৰ মেৰামতি আৰু তত্ত্বাৱধান" "বাহনৰ শ্বপিং" "ব্যৱহাৰ কৰা বাহন" "বাহনৰ শ্ব’" "সৌন্দৰ্য চৰ্চা আৰু ফিটনেছ" "বডি আৰ্ট" "মুখাৱয়ব আৰু শৰীৰৰ যত্ন" "এণ্টিপাৰ্স্পিৰেণ্ট" "গা ধোৱা আৰু শৰীৰৰ যত্ন লোৱাৰ বাবে ব্যৱহাৰ কৰা প্ৰ’ডাক্ট" "প্ৰাকৃতিক সৌন্দৰ্য সম্পৰ্কীয় প্ৰ’ডাক্ট" "মে’ক-আপ আৰু প্ৰসাধন" "নখৰ যত্ন লোৱা প্ৰ’ডাক্ট" "পাৰফিউম আৰু সুগন্ধি" "ৰেজৰ আৰু ছেভাৰ" "ফেশ্বন আৰু ষ্টাইল" "ফিটনেছ" "শৰীৰচৰ্চা" "ফিটনেছ নিৰ্দেশনা আৰু ব্যক্তিগত প্ৰশিক্ষণ" "ফিটনেছ প্ৰযুক্তিৰ প্ৰ’ডাক্ট" "চুলিৰ যত্ন" "কিতাপ আৰু সাহিত্য" "শিশুৰ সাহিত্য" "ই-বুক" "আলোচনী" "কবিতা" "ব্যৱসায়িক আৰু ঔদ্যোগিক" "বিজ্ঞাপন প্ৰচাৰাভিযান আৰু মাৰ্কেটিং" "বিক্ৰী" "কৃষি আৰু বনপালন বিদ্যা" "খাদ্য বস্তু প্ৰস্তুতকৰণ" "যানবাহন সম্পৰ্কীয় উদ্যােগ" "বিমান উদ্যােগ" "ব্যৱসায়ৰ কাম" "কৰ্মচাৰীৰ সুবিধামতে ব্যৱস্থা কৰা কৰ্মস্থান" "মানৱ সম্পদ" "বাণিজ্যিক ঋণ" "নিৰ্মাণ আৰু তত্ত্বাৱধান" "অসামৰিক অভিযান্ত্ৰিক বিদ্যা" "প্ৰতিৰক্ষা সম্পৰ্কীয় উদ্যােগ" "শক্তি আৰু উপযোগিতা" "পানী যোগান আৰু ব্যৱস্থাপনা" "আতিথ্য সেৱাৰ উদ্যোগ" "নিৰ্মাণ" "ধাতু আৰু খনিজ পৰ্দাথ আহৰণ কৰা" "MLM আৰু ব্যৱসায়িক সুযোগ" "ফাৰ্মাচিউটিকেল আৰু বায়’টেক" "মুদ্ৰণ আৰু প্ৰকাশ" "খুচুৰা ব্যৱসায়" "ভেঞ্চাৰ কেপিটেল" "কম্পিউটাৰ আৰু ইলেক্ট্ৰনিক্স" "কম্পিউটাৰৰ আনুষংগিক আহিলা" "প্ৰিণ্টাৰ" "কম্পিউটাৰৰ সুৰক্ষা" "এণ্টিভাইৰাছ আৰু মালৱেৰ" "নেটৱৰ্কৰ সুৰক্ষা" "কনজুমাৰ ইলেক্ট্ৰনিক্স" "কেমেৰা আৰু কেমকৰ্ডাৰ" "জিপিএছ আৰু নেভিগেশ্বন" "হ’ম অট’মেশ্বন" "হ’ম থিয়েটাৰ ছিষ্টেম" "MP3 আৰু প’ৰ্টেবল মিডিয়া প্লে’য়াৰ" "পৰিধানযোগ্য প্ৰযুক্তিবিদ্যা" "ডেটাৰ বেকআপ আৰু পুনৰুদ্ধাৰ" "ডেস্কটপ কম্পিউটাৰ" "লেপটপ আৰু ন’টবুক" "নেটৱৰ্কিং" "বিতৰণ কৰা আৰু ক্লাউড কম্পিউটিং" "প্ৰ’গ্ৰামিং" "ছফ্টৱেৰ" "অডিঅ’ আৰু সংগীতৰ ছেফ্টৱেৰ" "ব্যৱসায় আৰু উৎপাদনশীলতাৰ ছফ্টৱেৰ" "কেলেণ্ডাৰ আৰু সময়সূচী নিৰ্ধাৰণ কৰা ছফ্টৱেৰ" "সহযোগিতা আৰু কনফাৰেন্সিং ছফ্টৱেৰ" "উপস্থাপনৰ বাবে ব্যৱহাৰ কৰা ছফ্টৱেৰ" "স্প্ৰেডশ্বীট ছফ্টৱেৰ" "ৱৰ্ড প্ৰচেছিঙৰ ছফ্টৱেৰ" "ডেস্কটপ পাব্লিশ্বিং" "ফণ্ট" "ডাউনল’ড মেনেজাৰ" "ফ্ৰীৱেৰ আৰু শ্বেয়াৰৱেৰ" "গ্ৰাফিক্স আৰু এনিমেশ্বন ছফ্টৱেৰ" "বুদ্ধিমান ব্যক্তিগত সহায়ক" "মিডিয়া প্লে’য়াৰ" "নিৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা ছফ্টৱেৰ" "অপাৰেটিং ছিষ্টেম" "ফট’ আৰু ভিডিঅ’ৰ ছফ্টৱেৰ" "ফট’ৰ ছফ্টৱেৰ" "ভিডিঅ’ৰ ছফ্টৱেৰ" "ছফ্টৱেৰৰ উপযোগিতা" "ৱেব ব্ৰাউজাৰ" "বিত্ত" "হিচাপৰক্ষা আৰু অডিটিং" "কৰৰ পৰিমাণ নিৰ্ধাৰণ আৰু পৰিকল্পনা কৰা" "বেংকিং" "ধন স্থানান্তৰ আৰু ৱায়াৰ সেৱা" "ক্ৰেডিট আৰু ঋণ" "ক্ৰেডিট কাৰ্ড" "ঘৰ ক্ৰয় কৰিবলৈ পুঁজিৰ যোগান" "ব্যক্তিগত ঋণ" "শিক্ষাৰ্থীৰ ঋণ আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ বাবে পুঁজিৰ যোগান" "বিত্তীয় পৰিকল্পনা আৰু পৰিচালনা" "অৱসৰ আৰু পেঞ্চন" "অনুদান" "অনুদান" "বীমা" "বাহন বীমা" "স্বাস্থ্য বীমা" "গৃহ বীমা" "জীৱন বীমা" "ভ্ৰমণ বীমা" "বিনিয়োগ কৰা" "পণ্য আৰু ভৱিষ্যতৰ ট্ৰে’ডিং" "মুদ্ৰা আৰু বিদেশী মুদ্ৰা বিনিময়" "হে’জ পুঁজি" "মিউচুৱেল ফাণ্ড" "ষ্টক আৰু বণ্ড" "খাদ্য আৰু পানীয়" "ৰন্ধন আৰু ৰন্ধনবিধি" "BBQ আৰু গ্ৰিলিং" "ৰন্ধনবিধি" "নিৰামিষ ৰন্ধনবিধি" "সম্পূৰ্ণ শাকাহাৰী ৰন্ধনবিধি" "স্বাস্থ্যসন্মত খাদ্য" "খাদ্য আৰু গেলামালৰ খুচুৰা ব্যৱসায়ী" "গে’ম" "আৰ্কে’ড আৰু কইন-অপ গে’ম" "বিলিয়াৰ্ড" "ব’ৰ্ড গে’ম" "দবা আৰু বিমূৰ্ত ৰণকৌশলৰ গে’ম" "কাৰ্ড গে’ম" "কাৰ্ড জমা কৰা গে’ম" "কম্পিউটাৰ আৰু ভিডিঅ’ গে’ম" "একশ্বন আৰু প্লেটফৰ্ম গে’ম" "দুঃসাহসিক গে’ম" "অনানুষ্ঠানিক গে’ম" "প্ৰতিযোগিতামূলক ভিডিঅ’ গে’মিং" "ড্ৰাইভিং আৰু ৰেচিং গে’ম" "ফাইটিং গে’ম" "গে’মিঙৰ প্ৰসংগ আৰু পৰ্যালোচনা" "ভিডিঅ’ গে’ম চ্চীট আৰু কিটিপ" "অজস্ৰ খেলুৱৈয়ে একেলগে খেলা মাল্টিপ্লে’য়াৰ গে’ম" "সংগীত আৰু নৃত্যৰ গে’ম" "ছেণ্ডবক্স গে’ম" "শ্বুটাৰ গে’ম" "ছিমুলেশ্বন গে’ম" "ব্যৱসায় আৰু বিশিষ্ট ধনী ব্যৱসায়ী সম্পৰ্কীয় গে’ম" "চিটী-বিল্ডিং গে’ম" "জীৱন্ত ছিমুলেশ্বন গে’ম" "বাহনৰ ছিমুলেশ্বন" "ক্ৰীড়া গে’ম" "ক্ৰীড়া পৰিচালনা সম্পৰ্কীয় গে’ম" "ৰণকৌশলৰ গে’ম" "ভিডিঅ’ গে’ম মড আৰু এড-অন" "শিক্ষামূলক গে’ম" "পাৰিবাৰিক গে’ম আৰু কাৰ্যকলাপ" "অংকন আৰু ৰং কৰা" "পোছাক পৰিধান আৰু ফেশ্বন সম্পৰ্কীয় গে’ম" "পাজল আৰু ব্ৰেইনটিজাৰ" "চৰিত্ৰাভিনয় কৰা গে’ম" "টেবল টেনিচ" "টাইল গে’ম" "শব্দ সৃষ্টি কৰা সম্পৰ্কীয় গে’ম" "ৰুচি আৰু অৱসৰ-বিনোদন" "বৰ্ষপূৰ্তি" "জন্মদিন আৰু নাম দিয়াৰ দিন" "ডাইভিং আৰু পানীৰ তলত কৰা কাৰ্য" "ফাইবাৰ আৰু টেক্সটাইল আৰ্ট" "মুকলি ঠাই" "মাছ ধৰা" "চিকাৰ আৰু শ্বুটিং" "পেইণ্টবল" "ৰেডিঅ’ নিয়ন্ত্ৰণ আৰু মডেলিং" "বিবাহ" "ঘৰ আৰু বাগিচা" "বাগিচা পতা" "ঘৰ আৰু ভিতৰৰ অংশ সজোৱা" "ঘৰত ব্যৱহৃত সা-সৰঞ্জাম" "ঘৰৰ উন্নতি সাধন" "ঘৰৰ সুৰক্ষা আৰু নিৰাপত্তা" "ঘৰুৱা সামগ্ৰী" "লেণ্ডস্কে’প ডিজাইন" "ইণ্টাৰনেট আৰু টেলিকম" "ইমেইল আৰু বাৰ্তা বিনিময়" "ইমেইল" "পাঠ আৰু তাৎক্ষণিক বাৰ্তা বিনিময়" "ভইচ আৰু ভিডিঅ’ চাট" "ISPs" "ফ’ন সেৱা প্ৰদানকাৰী" "ৰিংট’ন আৰু ম’বাইল থীম" "সন্ধান ইঞ্জিনসমূহ" "স্মাৰ্টফ’ন" "টেলিকনফাৰেন্সিং" "ৱেব এপ্‌ আৰু অনলাইন সঁজুলি" "ৱেব সেৱা" "ক্লাউড ষ্ট’ৰেজ" "ৱেব ডিজাইন আৰু বিকাশ" "ৱেব হ’ষ্টিং" "চাকৰি আৰু শিক্ষা" "শিক্ষা" "শৈক্ষিক কনফাৰেন্স আৰু পাব্লিকেশ্বন" "মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়" "দূৰ-শিক্ষা" "প্ৰাথমিক শিশু শিক্ষা" "প্ৰাক-প্ৰাথমিক বিদ্যালয়" "হ’মস্কুলিং" "প্ৰমাণীকৃত আৰু প্ৰৱেশিকা পৰীক্ষা" "শিক্ষা দিয়া আৰু শ্ৰেণীকোঠাৰ সম্পদ" "বৃত্তি সম্পৰ্কীয় শিক্ষা আৰু শিক্ষা অব্যাহত ৰখা" "চাকৰি" "জীৱিকা সম্পৰ্কীয় সম্পদ আৰু পৰিকল্পনা" "চাকৰিৰ সূচী" "আইন আৰু চৰকাৰ" "অপৰাধ আৰু ন্যায়" "আইনী" "আইনী সেৱা" "বাতৰি" "অৰ্থনীতি সম্পৰ্কীয় বাতৰি" "স্থানীয় বাতৰি" "একত্ৰীকৰণ আৰু অধিগ্ৰহণ" "বাতৰিকাকত" "ৰাজনীতি" "ক্ৰীড়া সংবাদ" "বতৰ" "বিশ্বৰ সংবাদ" "অনলাইন সম্প্ৰদায়" "ক্লিপ আৰ্ট আৰু এনিমে’ট কৰা GIF" "ডেটিং আৰু ব্যক্তিগত সেৱা" "ফীড এগ্ৰেশ্বন আৰু ছ’চিয়েল বুকমাৰ্কিং" "ফাইল শ্বেয়াৰ কৰা আৰু হ’ষ্ট কৰা" "ফ’ৰাম আৰু চাট প্ৰদানকাৰী" "মাইক্ৰ’ব্লগিং" "ফট’ আৰু ভিডিঅ’ শ্বেয়াৰ কৰা" "ফট’ আৰু প্ৰতিচ্ছবি শ্বেয়াৰ কৰা" "ভিডিঅ’ শ্বেয়াৰ কৰা" "স্কিন" "ছ’চিয়েল নেটৱৰ্ক আৰু এড-অন" "ছ’চিয়েল নেটৱৰ্ক" "লোক আৰু সমাজ" "পৰিয়াল আৰু সম্বন্ধ" "বংশলতা আৰু বংশাৱলী" "বিবাহ" "সন্তানৰ লালন-পালন" "শিশু তুলি লোৱা" "কেঁচুৱা আৰু নৱজাতক" "ইণ্টাৰনেটত শিশুৰ সুৰক্ষা" "ৰোমাঞ্চ" "কল্পবিজ্ঞান আৰু ফেণ্টাছী" "পোহনীয়া জন্তু আৰু জীৱ-জন্তু" "পোহনীয়া জীৱ-জন্তুৰ খাদ্য আৰু সেইবোৰৰ যত্ন লোৱাৰ বাবে আৱশ্যকীয় সামগ্ৰী" "পোহনীয়া জন্তু" "চৰাই" "মেকুৰী" "কুকুৰ" "মাছ আৰু একুৰিয়া" "সৰীসৃপ আৰু উভচৰ প্ৰাণী" "পশু চিকিৎসা" "ৰিয়েল ইষ্টেট" "ভূমিৰ টুকুৰা আৰু ভূমি" "অৱসৰ বিনোদন আৰু বন্ধৰ দিন কটাব পৰা ঠাই" "প্ৰসংগ" "ব্যৱসায়িক আৰু ব্যক্তিগত সূচী" "সাধাৰণ প্ৰসংগ" "কেলকুলেটৰ আৰু প্ৰসংগ সঁজুলি" "অভিধান আৰু বিশ্বকোষ" "শৈক্ষিক সম্পদ" "কেনেকৈ কৰিব লাগে" "সময় আৰু কেলেণ্ডাৰ" "ভাষা সম্পৰ্কীয় সম্পদ" "বিদেশী ভাষাৰ অধ্যয়ন" "অনুবাদৰ সঁজুলি আৰু সম্পদ" "মেপ" "বিজ্ঞান" "পৰিৱৰ্ধিত আৰু ভাৰ্ছুৱেল ৰিয়েলিটি" "জৈৱিক বিজ্ঞান" "আনুবংশিক বিজ্ঞান" "ৰসায়ন বিজ্ঞান" "পৰিস্থিতি বিজ্ঞান আৰু পৰিৱেশ" "ভূ-বিজ্ঞান" "মেছিন লাৰ্নিং আৰু কৃত্ৰিম বুদ্ধিমত্তা" "গণিত" "পদাৰ্থ বিজ্ঞান" "ৰবটিক্স" "শ্বপিং" "প্ৰাচীন সামগ্ৰী আৰু সংগ্ৰহযোগ্য সামগ্ৰী" "পোছাক" "শিশুৰ পোছাক" "সাজ-পোছাক" "পুৰুষৰ পোছাক" "মহিলাৰ পোছাক" "শ্ৰেণীবদ্ধ বিজ্ঞাপন" "গ্ৰাহক সম্পদ" "কুপন আৰু ৰেহাইৰ অফাৰ" "লয়েল্টী কাৰ্ড আৰু প্ৰ’গ্ৰাম" "কাৰিকৰী সহায় আৰু মেৰামতি" "ফুল" "গ্ৰিটিং কাৰ্ড" "পাৰ্টী আৰু বন্ধৰ দিন উদ্‌যাপনৰ সামগ্ৰী" "শ্বপিং প’ৰ্টেল" "ক্ৰীড়া" "আমেৰিকান ফুটবল" "অষ্ট্ৰেলিয়ান ফুটবল" "অট’ ৰে’চিং" "বেছবল" "বাস্কেটবল" "ব’লিং" "বক্সিং" "চিয়েৰলিডিং" "কলেজৰ ক্ৰীড়া" "ক্ৰিকেট" "চাইকেল চলোৱা" "অশ্বাৰোহী" "দুঃসাহসিক খেল" "বগোৱা আৰু পৰ্বতাৰোহন" "ফেণ্টাছী ক্ৰীড়া" "গল্ফ" "জিমনাষ্টিক" "হকী" "আইচ স্কেটিং" "সমৰ কলা" "মটৰচাইকেল ৰে’চিং" "অলিম্পিক" "ৰাগবী" "দৌৰা আৰু খোজকঢ়া" "স্কিইং আৰু শ্ন’ব’ৰ্ডিং" "ফুটবল" "ছাৰ্ফিং" "সাঁতোৰ" "টেনিছ" "ট্ৰেক এণ্ড ফিল্ড" "ভলীবল" "মল্লযুদ্ধ" "ভ্ৰমণ আৰু পৰিবহণ" "দুঃসাহসিক ভ্ৰমণ" "বিমান যাত্ৰা" "ব্যৱসায়িক ভ্ৰমণ" "গাড়ী ভাড়ালৈ দিয়া সেৱা" "ক্ৰুজ আৰু চাৰ্টাৰ" "পৰিয়ালৰ ভ্ৰমণ" "মধুচন্দ্ৰিকা আৰু ৰোমান্তিক ঠাই" "হোটেল আৰু থকাৰ সুবিধা থকা আৱাস" "দূৰণিবটীয়া বাছ আৰু ৰে’ল" "কম খৰচী আৰু শেষ সময়ত কৰা ভ্ৰমণ" "ভ্ৰমণকাৰীৰ মাল-বস্তু আৰু ভ্ৰমণৰ আনুষংগিক সামগ্ৰী" "পৰ্যটনস্থল" "সমুদ্ৰতীৰ আৰু দ্বীপ" "আঞ্চলিক উদ্যান আৰু বাগিছা" "থীম পাৰ্ক" "চিৰিয়াখানা" "ট্ৰেফিক আৰু ভ্ৰমণৰ বাবে পথৰ পৰিকল্পনা কৰোঁতা" "ট্ৰেভেল এজেঞ্চী আৰু সেৱাসমূহ" "ভ্ৰমণ সম্পৰ্কত সহায় কৰা লোক আৰু ভ্ৰমণ কাহিনী"