"CaptivePortalLogin"
"এই নেটৱৰ্কটো এইদৰে ব্যৱহাৰ কৰক"
"এই নেটৱৰ্কটো ব্যৱহাৰ নকৰিব"
"নেটৱৰ্কত ছাইন ইন কৰক"
"%1$st ছাইন ইন কৰক"
"আপুনি সংযোগ কৰিবলৈ চেষ্টা কৰি থকা নেটৱৰ্কটোত সুৰক্ষাজনিত সমস্যা আছে।"
"উদাহৰণস্বৰূপে, আপোনাক দেখুওৱা লগ ইনৰ পৃষ্ঠাটো প্ৰতিষ্ঠানটোৰ নিজা নহ\'বও পাৰে।"
"ইয়াৰ উপৰি, ডিভাইচটোৱে বৰ্তমান এটা ভিপিএন চলাই থকাৰ বাবে এই আসোঁৱাহটো বাইপাছ কৰা সম্ভৱ নহয়।"
"তথাপি ব্ৰাউজাৰৰ জৰিয়তে অব্যাহত ৰাখক"
"এই প্ৰমাণপত্ৰখন কোনো বিশ্বাসী কর্তৃপক্ষৰ নহয়।"
"ৱেবচাইটটোৰ নাম আৰু প্ৰমাণপত্ৰখনত থকা নামটোৰ মিল নাই।"
"এই প্ৰমাণপত্ৰখনৰ ম্যাদ উকলি গৈছে।"
"এই প্ৰমাণপত্ৰখন এই পর্যন্ত মান্য হোৱা নাই।"
"এই প্ৰমাণপত্ৰখনত থকা তাৰিখটো মান্য নহয়।"
"এই প্ৰমাণপত্ৰখন মান্য নহয়।"
"প্ৰমাণপত্ৰত অজ্ঞাত আসোঁৱাহ।"
"সুৰক্ষা সম্পর্কীয় সতৰ্কতা"
"প্ৰমাণপত্ৰ চাওক"
"আপুনি যোগদান কৰিবলৈ চেষ্টা কৰি থকা নেটৱর্কটোৱে অন্য এটা এপ্লিকেশ্বন খুলিবলৈ অনুৰোধ কৰিছে।"
"উদাহৰণস্বৰূপে, লগ ইনৰ পৃষ্ঠাখনক বিশ্বাসযোগ্যতা প্ৰমাণীকৰণৰ বাবে এটা বিশেষ এপ্লিকেশ্বনৰ আৱশ্যক হ\'ব পাৰে"
"ঠিক আছে"
"ঠিকনা:"
"পৃষ্ঠাৰ তথ্য"
"%1$s ডাউনল\'ড কৰি থকা হৈছে"
"ডাউনল\'ড সম্পূর্ণ হ\'ল"
"%1$s ডাউনল\'ড কৰিব পৰা নগ\'ল"
"ডাউনল’ডসমূহ"
"সম্পূর্ণ হোৱা অথবা বাতিল কৰা ডাউনল\'ডসমূহৰ প্ৰগতি দেখুৱাই থকা জাননীসমূহ"
"ডাউনল\'ডৰ প্ৰগতি"
"ফাইলৰ ডাউনল\'ডসমূহৰ প্ৰগতি দেখুৱাই থকা জাননীসমূহ"
"ডাউনল’ড বাতিল কৰা হৈছে"
"ফাইলটোৰ আকাৰ অতি বেছি ডাঙৰ, ডাউনল\'ড বাতিল কৰা হৈছে।"